Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore al-mutaffifiin   Aaya.:
فَالْیَوْمَ الَّذِیْنَ اٰمَنُوْا مِنَ الْكُفَّارِ یَضْحَكُوْنَ ۟ۙ
সেয়েহে ক্বিয়ামতৰ দিনা মুমিনসকলে কাফিৰসকলৰ প্ৰতি উপহাস কৰিব, যিদৰে পৃথিৱীত কাফিৰসকলে তেওঁলোকৰ প্ৰতি উপহাস কৰিছিল।
Tafsiraaɗe Aarabu ɗen:
عَلَی الْاَرَآىِٕكِ ۙ— یَنْظُرُوْنَ ۟ؕ
আসনত বহি আল্লাহ তাআলাই তেওঁলোকৰ বাবে প্ৰস্তুত কৰা নিয়ামত বা অৱদানবোৰ চাই থাকিব।
Tafsiraaɗe Aarabu ɗen:
هَلْ ثُوِّبَ الْكُفَّارُ مَا كَانُوْا یَفْعَلُوْنَ ۟۠
নিশ্চয় কাফিৰ বিলাকক সিহঁতৰ সেই কামৰ পৰিণাম অপমানজনক শাস্তিৰূপে দিয়া হৈছে যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• خضوع السماء والأرض لربهما.
আকাশ আৰু পৃথিৱী আল্লাহৰ আদেশৰ অনুগত।

• كل إنسان ساعٍ إما لخير وإما لشرّ.
প্ৰত্যেক ব্যক্তিয়ে চেষ্টাৰত, তাৰ চেষ্টা ভালৰ বাবেই হওঁক বা বেয়াৰ বাবে।

• علامة السعادة يوم القيامة أخذ الكتاب باليمين، وعلامة الشقاء أخذه بالشمال.
ক্বিয়ামতৰ দিনা সৌভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে আমল নামা তাৰ সোঁ হাতত দিয়া হব আৰু দূৰ্ভাগ্যবান ব্যক্তিৰ পৰিচয় হৈছে, আমল নামা তাৰ বাওঁ হাতত দিয়া হব।

 
Firo maanaaji Simoore.: Simoore al-mutaffifiin
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu