Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore al-mutaffifiin   Aaya.:

আল-মুতাফ্ফিফীন

Hino jeyaa e paandale simoore nden:
تحذير المكذبين الظالمين من يوم القيامة وبشارة المؤمنين به.
অন্যায়কাৰী অস্বীকাৰকাৰীসকলক কিয়ামত দিৱসৰ পৰা সাৱধান কৰা হৈছে, আৰু মুমিনসকলক সুসংবাদ দিয়া হৈছে।

وَیْلٌ لِّلْمُطَفِّفِیْنَ ۟ۙ
জোখ-মাখত কম দিয়া সকলৰ বাবে ধ্বংস আৰু ক্ষতি আছে।
Tafsiraaɗe Aarabu ɗen:
الَّذِیْنَ اِذَا اكْتَالُوْا عَلَی النَّاسِ یَسْتَوْفُوْنَ ۟ؗۖ
আৰু যিহঁতে লোৱাৰ সময়ত সঠিক জোখ- মাখ কৰি লয়। অলপো কম নলয়।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا كَالُوْهُمْ اَوْ وَّزَنُوْهُمْ یُخْسِرُوْنَ ۟ؕ
আৰু যেতিয়া মানুহক দিয়ে তেতিয়া জোখ-মাখত কমকৈ দিয়ে। আচলতে ৰাছুল চাল্লাল্লাহু আলাইহি অছল্লামে যেতিয়া মদিনালৈ হিজৰত কৰিছিল তেতিয়া মদীনাবাসীৰ এনেকুৱা অৱস্থা আছিল।
Tafsiraaɗe Aarabu ɗen:
اَلَا یَظُنُّ اُولٰٓىِٕكَ اَنَّهُمْ مَّبْعُوْثُوْنَ ۟ۙ
এনেকুৱা কু-কৰ্মী সকলে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব বুলি বিশ্বাস নকৰে নেকি?
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিয়া অভিমানৰ পৰা সতৰ্ক কৰা হৈছে।

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ী সকলৰ এক অৱগুণ। আৰু ইয়াৰ পৰা তেৱেঁই সুৰক্ষিত থাকিব পাৰে যিয়ে আল্লাহক ভয় কৰে।

• تذكر هول القيامة من أعظم الروادع عن المعصية.
ক্বিয়ামতৰ ভয়াৱহ অৱস্থা স্মৰণ কৰা হৈছে পাপ কামৰ পৰা বিৰত থকাৰ এক প্ৰমুখ কাৰণ।

 
Firo maanaaji Simoore.: Simoore al-mutaffifiin
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu