Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (12) Surah: At-Taghābun
وَاَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ ۚ— فَاِنْ تَوَلَّیْتُمْ فَاِنَّمَا عَلٰی رَسُوْلِنَا الْبَلٰغُ الْمُبِیْنُ ۟
তথা আল্লাহৰ অনুসৰণ কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। ইয়াৰ পিছত যদি তোমালোকে তেওঁৰ ৰাছুলে লৈ অহা চৰীয়তৰ পৰা মুখ ঘূৰাই লোৱা তেন্তে এই বিমুখ হোৱাৰ পাপ তোমালোকৰ ওপৰতেই বৰ্তিব। আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সেই সংবাদ পৌঁচাই দিয়া, যিটো পৌঁচাবলৈ আমি তেখেতক আদেশ কৰিছো। আৰু তেওঁ তোমালোকক সেইটো পৌঁচাই দিছে যিটো পৌঁচাই দিবলৈ তেওঁক আদেশ দিয়া হৈছিল।
Arabic Tafsirs:
Benefits of the Verses on this page:
• مهمة الرسل التبليغ عن الله، وأما الهداية فهي بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে আল্লাহৰ সংবাদ পৌঁচাই দিয়া। আনহাতে হিদায়তৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।

• الإيمان بالقدر سبب للطمأنينة والهداية.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে সন্তুষ্টি তথা শান্তি লাভৰ উপায়।

• التكليف في حدود المقدور للمكلَّف.
দায়িত্ব সিমানেই অৰ্পণ কৰা হয়, বান্দাৰ যিমান সহিব পৰা শক্তি আছে।

• مضاعفة الثواب للمنفق في سبيل الله.
আল্লাহৰ পথত ব্যয়কাৰী ব্যক্তিক অধিক হাৰত চোৱাব প্ৰদান কৰা হয়।

 
Translation of the Meanings Verse: (12) Surah: At-Taghābun
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close