Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (16) Surah: Al-An‘ām
مَنْ یُّصْرَفْ عَنْهُ یَوْمَىِٕذٍ فَقَدْ رَحِمَهٗ ؕ— وَذٰلِكَ الْفَوْزُ الْمُبِیْنُ ۟
ক্বিয়ামতৰ দিনা আল্লাহে যাক শাস্তিৰ পৰা ৰক্ষা কৰিব, তেওঁ আল্লাহৰ অনুগ্ৰহত সাফল্যমণ্ডিত হ'ব। শাস্তিৰ পৰা মুক্তি পোৱাটোৱে আটাইতকৈ ডাঙৰ আৰু স্পষ্ট সফলতা।
Arabic Tafsirs:
Benefits of the Verses on this page:
• بيان حكمة الله تعالى في إرسال كل رسول من جنس من يرسل إليهم؛ ليكون أبلغ في السماع والوعي والقبول عنه.
প্ৰত্যেক জাতিৰ প্ৰতি সিহঁতৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচন কৰি প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, যাতে তেওঁ সিহঁতৰ কথা ভালদৰে শুনে আৰু বুজি পায় তথা গ্ৰহণ কৰে।

• الدعوة للتأمل في أن تكرار سنن الأوّلين في العصيان قد يقابله تكرار سنن الله تعالى في العقاب.
এই বিষয়ৰ প্ৰতি আহ্বান জনোৱা হৈছে যে, যদি মানুহে পূৰ্বৰ লোক সকলৰ দৰে অবাধ্যতা কৰে তেন্তে সিহঁতৰ দৰেই আল্লাহে শাস্তি প্ৰদান কৰিব।

• وجوب الخوف من المعصية ونتائجها.
পাপ তথা ইয়াৰ পৰিণামৰ পৰা ভয় কৰা আৱশ্যক।

• أن ما يصيب البشر من بلاء ليس له صارف إلا الله، وأن ما يصيبهم من خير فلا مانع له إلا الله، فلا رَادَّ لفضله، ولا مانع لنعمته.
মানুহৰ ওপৰত যি বিপদ-আপদ আহে, সেয়া আল্লাহৰ বাহিৰে আন কোনেও দূৰ কৰিব নোৱাৰে। আনহাতে মানুহে লাভ কৰা কল্যাণক আল্লাহৰ বাহিৰে আন কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। এতেকে কোনেও আল্লাহৰ অনুগ্ৰহ প্ৰতিৰোধ কৰিব নোৱাৰে আৰু তেওঁৰ নিয়ামতকো ধৰি ৰাখিব নোৱাৰে।

 
Translation of the Meanings Verse: (16) Surah: Al-An‘ām
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close