Check out the new design

Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran * - Index of Translations


Translation of the Meanings Verse: (73) Surah: Al-Mā’idah
لَقَدْ كَفَرَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ ثَالِثُ ثَلٰثَةٍ ۘ— وَمَا مِنْ اِلٰهٍ اِلَّاۤ اِلٰهٌ وَّاحِدٌ ؕ— وَاِنْ لَّمْ یَنْتَهُوْا عَمَّا یَقُوْلُوْنَ لَیَمَسَّنَّ الَّذِیْنَ كَفَرُوْا مِنْهُمْ عَذَابٌ اَلِیْمٌ ۟
সেই সকল খৃষ্টানেও কুফুৰী কৰিছে, যিসকলে কয়ঃ আল্লাহ হৈছে তিনি সত্ত্বাৰ সমূহ। পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা। আল্লাহ সিহঁতৰ এইবোৰ কথাৰ পৰা অতি উচ্চ। আল্লাহ অনেক নহয় বৰং তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সিহঁতে যদি এইবোৰ নিকৃষ্ট কথাৰ পৰা বিৰত নাথাকে তেন্তে সিহঁতে নিশ্চয় কষ্টদায়ক শাস্তি পাব।
Arabic Tafsirs:
Benefits of the Verses on this page:
• بيان كفر النصارى في زعمهم ألوهية المسيح عليه السلام، وبيان بطلانها، والدعوةُ للتوبة منها.
খৃষ্টানসকলৰ কুফৰৰ বৰ্ণনা, যিসকলে মছীহ আলাইহিছ ছালামক উপাস্য বুলি ভাৱিছিল। সিহঁতৰ এই ধাৰণাৰ খণ্ডন কৰা হৈছে লগতে সিহঁতক তাওবা কৰিবলৈ আহ্বান জনোৱা হৈছে।

• من أدلة بشرية المسيح وأمه: أكلهما للطعام، وفعل ما يترتب عليه.
মছীহ তথা তেওঁৰ মাতৃ যে মানুহ আছিল তাৰ এটা প্ৰমাণ এই যে, তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, আৰু ইয়াৰ পিছত যি যি কৰিব লাগে সেয়াও কৰিছিল।

• عدم القدرة على كف الضر وإيصال النفع من الأدلة الظاهرة على عدم استحقاق المعبودين من دون الله للألوهية؛ لكونهم عاجزين.
উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকাটো হৈছে এই কথাৰ স্পষ্ট প্ৰমাণ যে, আল্লাহৰ বাহিৰে যিবোৰৰ উপসনা কৰা হয় সেইবোৰ ইবাদতৰ যোগ্য নহয়, কাৰণ সেইবোৰ অপাৰগ।

• النهي عن الغلو وتجاوز الحد في معاملة الصالحين من خلق الله تعالى.
আল্লাহৰ পূণ্যৱান ব্যক্তিৰ ক্ষেত্ৰত সীমা চেৰাই যোৱাৰ পৰা আৰু আল্লাহৰ বিধান উলংঘা কৰাৰ পৰা নিষেধ কৰা হৈছে।

 
Translation of the Meanings Verse: (73) Surah: Al-Mā’idah
Index of Surahs Page Number
 
Translation of the Meanings of the Noble Quran - Asamesee translation of Al-Mukhtsar in interpretation of the Noble Quran - Index of Translations

Issued by Tafsir Center for Quranic Studies

Close