Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (32) ሱራ (ምዕራፍ): ሁድ
قَالُوْا یٰنُوْحُ قَدْ جَادَلْتَنَا فَاَكْثَرْتَ جِدَالَنَا فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
সিহঁতে অহংকাৰ তথা স্বৈৰাচাৰীতা অৱলম্বন কৰি ক'লেঃ হে নূহ! তুমি আমাৰ লগত যথেষ্ট বাদানুবাদ কৰিছা আৰু বিতৰ্ক কৰিছা। এতিয়া তুমি সেই শাস্তি আনি দেখুৱা, যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা, যদি তুমি নিজৰ দাবীত সত্যবাদী।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عفة الداعية إلى الله وأنه يرجو منه الثواب وحده.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলৰ অন্তৰৰ পৱিত্ৰতাৰ বৰ্ণনা, আৰু তেওঁলোকে ইয়াৰ প্ৰতিফল কেৱল আল্লাহৰ ওচৰতেই কামনা কৰে।

• حرمة طرد فقراء المؤمنين، ووجوب إكرامهم واحترامهم.
দুখীয়া মুমিনসকলক হীন চকুৰে চোৱা হাৰাম, তথা তেওঁলোকক সন্মান কৰা অনিবাৰ্য।

• استئثار الله تعالى وحده بعلم الغيب.
গায়েব অৰ্থাৎ অদৃশ্য বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে সীমাবদ্ধ ৰাখিছে।

• مشروعية جدال الكفار ومناظرتهم.
কাফিৰসকলৰ লগত তৰ্ক-বিতৰ্ক কৰা তথা বাদানুবাদ কৰা বৈধ।

 
የመልዕክት ትርጉም አንቀፅ: (32) ሱራ (ምዕራፍ): ሁድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት