Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (32) سوره: هود
قَالُوْا یٰنُوْحُ قَدْ جَادَلْتَنَا فَاَكْثَرْتَ جِدَالَنَا فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
সিহঁতে অহংকাৰ তথা স্বৈৰাচাৰীতা অৱলম্বন কৰি ক'লেঃ হে নূহ! তুমি আমাৰ লগত যথেষ্ট বাদানুবাদ কৰিছা আৰু বিতৰ্ক কৰিছা। এতিয়া তুমি সেই শাস্তি আনি দেখুৱা, যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা, যদি তুমি নিজৰ দাবীত সত্যবাদী।
تفسیرهای عربی:
از فواید آیات این صفحه:
• عفة الداعية إلى الله وأنه يرجو منه الثواب وحده.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলৰ অন্তৰৰ পৱিত্ৰতাৰ বৰ্ণনা, আৰু তেওঁলোকে ইয়াৰ প্ৰতিফল কেৱল আল্লাহৰ ওচৰতেই কামনা কৰে।

• حرمة طرد فقراء المؤمنين، ووجوب إكرامهم واحترامهم.
দুখীয়া মুমিনসকলক হীন চকুৰে চোৱা হাৰাম, তথা তেওঁলোকক সন্মান কৰা অনিবাৰ্য।

• استئثار الله تعالى وحده بعلم الغيب.
গায়েব অৰ্থাৎ অদৃশ্য বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে সীমাবদ্ধ ৰাখিছে।

• مشروعية جدال الكفار ومناظرتهم.
কাফিৰসকলৰ লগত তৰ্ক-বিতৰ্ক কৰা তথা বাদানুবাদ কৰা বৈধ।

 
ترجمهٔ معانی آیه: (32) سوره: هود
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن