Check out the new design

قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ * - تراجم کی لسٹ


معانی کا ترجمہ آیت: (5) سورہ: زُخرُف
اَفَنَضْرِبُ عَنْكُمُ الذِّكْرَ صَفْحًا اَنْ كُنْتُمْ قَوْمًا مُّسْرِفِیْنَ ۟
তোমালোকে অধিক শ্বিৰ্ক আৰু গুনাহ কৰা বুলিয়ে আমি তোমালোকৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা এৰি দিম নেকি? আমি এনেকুৱা কেতিয়াও নকৰোঁ। বৰং আমাৰ দয়াৰ দাবী হৈছে ইয়াৰ পৰিপন্থী।
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• سمي الوحي روحًا لأهمية الوحي في هداية الناس، فهو بمنزلة الروح للجسد.
অহীক ‘ৰূহ’ নামেৰে নামকৰণ কৰা হৈছে, কাৰণ মানুহক সঠিক পথ দেখুৱাৰ ক্ষেত্ৰত অহীয়ে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। গতিকে ইয়াৰ স্থান শৰীৰত থকা প্ৰাণৰ দৰে।

• الهداية المسندة إلى الرسول صلى الله عليه وسلم هي هداية الإرشاد لا هداية التوفيق.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত সম্পৃক্ত হিদায়ত হৈছে, কেৱল পথপ্ৰদৰ্শন কৰা। সেইটো তাওফীক তথা সামৰ্থ প্ৰদান কৰাৰ হিদায়ত নহয়।

• ما عند المشركين من توحيد الربوبية لا ينفعهم يوم القيامة.
মুশ্বৰিকসকলে তাওহীদে ৰুবূবিয়্যত বিশ্বাস কৰিলেও কিয়ামতৰ দিনা ইয়াৰ দ্বাৰা কোনো লাভ নহ’ব।

 
معانی کا ترجمہ آیت: (5) سورہ: زُخرُف
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ - تراجم کی لسٹ

مرکز تفسیر للدراسات القرآنیۃ سے شائع ہوا ہے

بند کریں