Check out the new design

قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ * - ترجمے کی لسٹ


معانی کا ترجمہ آیت: (54) سورت: آل عمران
وَمَكَرُوْا وَمَكَرَ اللّٰهُ ؕ— وَاللّٰهُ خَیْرُ الْمٰكِرِیْنَ ۟۠
বনী ইছৰাঈলৰ কাফিৰসকলে ষড়যন্ত্ৰ ৰচিলে আৰু ঈছা আলাইহিছ ছালামক হত্যা কৰাৰ প্ৰয়াস কৰিলে। ফলত আল্লাহে কৌশল অৱলম্বন কৰিলে আৰু সিহঁতক সিহঁতৰ পথভ্ৰষ্টতাত এৰি দিলে আৰু আন এজন ব্যক্তিক ঈছা আলাইহিছ ছালামৰ সদৃশ কৰি দিলে। নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী। কিয়নো শত্ৰুৰ বিৰুদ্ধে আল্লাহতকৈ সঠিক কৌশল আন কোনেও কৰিব নোৱাৰে।
عربی تفاسیر:
حالیہ صفحہ میں آیات کے فوائد:
• من كمال قدرته تعالى أنه يعاقب من يمكر بدينه وبأوليائه، فيمكر بهم كما يمكرون.
আল্লাহৰ ক্ষমতাৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত এইটোও যে, তেওঁ নিজৰ দ্বীন আৰু তেওঁৰ বন্ধুবৰ্গৰ লগত ষড়যন্ত্ৰকাৰী সকলক শাস্তি প্ৰদান কৰে। এতেকে সিহঁতে যিদৰে ষড়যন্ত্ৰ কৰে, আল্লাহেও সেই অনুপাতে সিদ্ধান্ত গ্ৰহণ কৰে।

• بيان المعتقد الصحيح الواجب في شأن عيسى عليه السلام، وبيان موافقته للعقل فهو ليس بدعًا في الخلقة، فآدم المخلوق من غير أب ولا أم أشد غرابة والجميع يؤمن ببشريته.
ঈছা আলাইহিছ ছালাম সম্পৰ্কে সঠিক আৰু আৱশ্যক ধাৰণাৰ বৰ্ণনা আৰু এই কথাৰ স্পষ্ট বিৱৰণ যে, তেওঁৰ জন্ম বিবেকৰ বিৰুদ্ধে নাছিল, কাৰণ তেওঁৰ জন্ম অভূতপূৰ্ব পদ্ধতিত হোৱা নাছিল। বৰং আদম আলাইহিছ ছালাম বিনা পিতৃ-মাতৃৰে জন্ম হৈছিল আৰু তেওঁৰ জন্ম ইয়াতকৈ আচৰিত আছিল। ইয়াৰ পিছতো সকলোৱে তেওঁক মানুহ হিচাপে বিশ্বাস কৰে।

• مشروعية المُباهلة بين المتنازعين على الصفة التي وردت بها الآية الكريمة.
পৰস্পৰে দুজন বিবাদকাৰীৰ মাজত সেই পদ্ধতিতেই মুবাহালা কৰা বৈধ, যিটো পদ্ধতি আয়াতত আছে।

 
معانی کا ترجمہ آیت: (54) سورت: آل عمران
سورتوں کی لسٹ صفحہ نمبر
 
قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ - ترجمے کی لسٹ

مرکز تفسیر للدراسات القرآنیۃ سے شائع ہوا ہے

بند کریں