Check out the new design

పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (59) సూరహ్: అల్-ఇస్రా
وَمَا مَنَعَنَاۤ اَنْ نُّرْسِلَ بِالْاٰیٰتِ اِلَّاۤ اَنْ كَذَّبَ بِهَا الْاَوَّلُوْنَ ؕ— وَاٰتَیْنَا ثَمُوْدَ النَّاقَةَ مُبْصِرَةً فَظَلَمُوْا بِهَا ؕ— وَمَا نُرْسِلُ بِالْاٰیٰتِ اِلَّا تَخْوِیْفًا ۟
ৰাছুলৰ সত্যতা প্ৰমাণ কৰিবলৈ আমি বাস্তৱ অনুভৱ কৰিব পৰা নিদৰ্শন অৱতীৰ্ণ কৰা এৰি দিছো, যিদৰে মুশ্বৰিকসকলে মৃত ব্যক্তিক জীৱিত কৰাৰ আবেদন উত্থাপন কৰি থাকে, কিয়নো আমি পূৰ্বৱৰ্তী উম্মতৰ মাজত এনেকুৱা নিদৰ্শনো প্ৰদৰ্শন কৰোৱাইছিলো কিন্তু তথাপিও সিহঁতে অস্বীকাৰ কৰিছিল। উদাহৰণস্বৰূপে আমি ছামূদ সম্প্ৰদায়ক প্ৰকাশ্য মহা নিদৰ্শন প্ৰদান কৰিছিলো, সেয়া আছিল উট। কিন্তু সিহঁতে সেইটোক অস্বীকাৰ কৰিছিল, ফলত আমিও সিহঁতক শাস্তিত পতিত কৰিছিলো। আমি ৰাছুলৰ জৰিয়তে নিদৰ্শনসমূহ কেৱল এইকাৰণে প্ৰেৰণ কৰোঁ, যাতে তেওঁলোকৰ উম্মতৰ লোকসকলে ভয় কৰে, আৰু ইছলাম গ্ৰহণ কৰে।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• من رحمة الله بالناس عدم إنزاله الآيات التي يطلبها المكذبون حتى لا يعاجلهم بالعقاب إذا كذبوا بها.
মানুহৰ প্ৰতি আল্লাহৰ অশেষ দয়াৰ কাৰণেই তেওঁ সিহঁতৰ দাবী অনুযায়ী নিদৰ্শন অৱতীৰ্ণ কৰা নাই, কাৰণ সিহঁতে সেই নিদৰ্শন অস্বীকাৰ কৰিলে দ্ৰুত শাস্তিৰ সন্মুখীন হ'ব।

• ابتلى الله العباد بالشيطان الداعي لهم إلى معصية الله بأقواله وأفعاله.
আল্লাহে চয়তানৰ দ্বাৰা তেওঁৰ বান্দাসকলক পৰীক্ষাত পেলাইছে, চয়তানে নিজৰ কথা আৰু কৰ্মৰ জৰিয়তে সিহঁতক গুনাহৰ ফালে আহ্বান কৰে।

• من صور مشاركة الشيطان للإنسان في الأموال والأولاد: ترك التسمية عند الطعام والشراب والجماع، وعدم تأديب الأولاد.
সন্তান-সন্ততি আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰত চয়তান মানুহৰ অংশীদাৰ হোৱাৰ কেইটামান প্ৰকাৰ হৈছে এনে ধৰণৰঃ পানাহাৰ তথা সম্ভোগৰ সময়ত বিছমিল্লাহ নোকোৱা, তথা ল’ৰা ছোৱালীক শিষ্টাচাৰা নিশিকোৱা।

 
భావార్ధాల అనువాదం వచనం: (59) సూరహ్: అల్-ఇస్రా
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం - అనువాదాల విషయసూచిక

మర్కజ్ తఫ్సీర్ లిల్ దిరాసాత్ అల్ ఖురానియ్యహ్ ప్రచురణ.

మూసివేయటం