Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (1) 章: 月章

আল-ক্বামাৰ

本章の趣旨:
التذكير بنعمة تيسير القرآن، وما فيه من الآيات والنذر.
এই কথা স্মৰণ কৰোৱা হৈছে যে, কোৰআন সহজ কৰি দিয়া হৈছে আৰু ইয়াৰ মাজত থকা উপদেশ আৰু সতৰ্কবাণী আদিকো বুজিবলৈ সহজ কৰি দিয়া হৈছে।

اِقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ ۟
কিয়ামত নিকটৱৰ্তী হৈছে, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত চন্দ্ৰ দ্বিখণ্ডিত হৈছিল। লগতে চন্দ্ৰ দ্বিখণ্ডিত হোৱা বিষয়টো হৈছে বাস্তৱ নিদৰ্শন।
アラビア語 クルアーン注釈:
本諸節の功徳:
• عدم التأثر بالقرآن نذير شؤم.
কোৰআনৰ দ্বাৰা প্ৰভাৱিত নোহোৱা বিষয়টো হৈছে এক প্ৰকাৰ বেয়া সংকেত।

• خطر اتباع الهوى على النفس في الدنيا والآخرة.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক পৃথিৱী আৰু আখিৰাতত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰায়।

• عدم الاتعاظ بهلاك الأمم صفة من صفات الكفار.
পূৰ্বৱৰ্তী উম্মতসমূহৰ ধ্বংসৰ পৰা শিক্ষা নোলোৱাটো হৈছে কাফিৰসকলৰ বৈশিষ্ট্য।

 
対訳 節: (1) 章: 月章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる