Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (11) 章: 撒き散らす者章
الَّذِیْنَ هُمْ فِیْ غَمْرَةٍ سَاهُوْنَ ۟ۙ
যিসকলে অজ্ঞনতাৰ ফলত আখিৰাতৰ পৰা অমনোযোগী হৈ আছে। ইয়াক লৈ সিহঁতৰ কোনো ভ্ৰূক্ষেপ নাই।
アラビア語 クルアーン注釈:
本諸節の功徳:
• إحسان العمل وإخلاصه لله سبب لدخول الجنة.
নিৰ্ভেজালভাৱে আল্লাহৰ বাবে সৎকৰ্ম কৰাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ উপায়।

• فضل قيام الليل وأنه من أفضل القربات.
ৰাতিৰ চালাতৰ গুৰুত্ব, তথা তাহাজ্জুদ হৈছে সান্নিধ্য লাভ কৰাৰ অন্যতম ইবাদত।

• من آداب الضيافة: رد التحية بأحسن منها، وتحضير المائدة خفية، والاستعداد للضيوف قبل نزولهم، وعدم استثناء شيء من المائدة، والإشراف على تحضيرها، والإسراع بها، وتقريبها للضيوف، وخطابهم برفق.
অতিথি আপ্যায়নৰ কেইটামান বিশেষ নীতি হৈছে এনেকুৱাঃ উত্তমভাৱে ছালামৰ উত্তৰ দিয়া, গোপনে খাদ্য বস্তু উপস্থিত কৰা, অতিথি অহাৰ পূৰ্বৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা, অতিথিসকলৰ সন্মুখৰ পৰা কোনো বস্তু পৃথকে ৰখা ঠিক নহয়, খোৱা বস্তু নিজে উপস্থিত কৰা, এইক্ষেত্ৰত ততাতৈয়া কৰা, পানাহাৰ অতিসকলৰ সন্মুখত আগুৱাই দিয়া, তেওঁলোকৰ সৈতে বিনম্ৰতাৰে কথা কোৱা ইত্যাদি।

 
対訳 節: (11) 章: 撒き散らす者章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる