Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (31) 章: 煙霧章
مِنْ فِرْعَوْنَ ؕ— اِنَّهٗ كَانَ عَالِیًا مِّنَ الْمُسْرِفِیْنَ ۟
আমি সিহঁতক ফিৰআউনৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। নিশ্চয় ফিৰআউন আছিল এজন অহংকাৰী তথা আল্লাহৰ দ্বীন উলংঘাকাৰী ব্যক্তি।
アラビア語 クルアーン注釈:
本諸節の功徳:
• وجوب لجوء المؤمن إلى ربه أن يحفظه من كيد عدوّه.
মুমিন ব্যক্তিয়ে শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰা জৰুৰী।

• مشروعية الدعاء على الكفار عندما لا يستجيبون للدعوة، وعندما يحاربون أهلها.
যদি কাফিৰ ব্যক্তিয়ে ইছলামৰ দাৱাত গ্ৰহণ নকৰে তথা ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে সেইসকল কাফিৰৰ বিৰুদ্ধে বদ্দুআ কৰা বৈধ।

• الكون لا يحزن لموت الكافر لهوانه على الله.
কাফিৰৰ মৃত্যুত বিশ্বজগতে কেতিয়াও শোক প্ৰকাশ নকৰে, কিয়নো আল্লাহৰ দৃষ্টিত সিহঁতৰ কোনো মূল্য নাই।

• خلق السماوات والأرض لحكمة بالغة يجهلها الملحدون.
আকাশমণ্ডল আৰু পৃথিৱীক হিকমত সহকাৰে সৃষ্টি কৰা হৈছে। আল্লাহক অস্বীকাৰ কৰা লোকসকলে এই বিষয়টো নাজানে।

 
対訳 節: (31) 章: 煙霧章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる