Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (81) 章: 金の装飾章
قُلْ اِنْ كَانَ لِلرَّحْمٰنِ وَلَدٌ ۖۗ— فَاَنَا اَوَّلُ الْعٰبِدِیْنَ ۟
হে ৰাছুল! যিসকলে আল্লাহৰ কন্যা সন্তান আছে বুলি ধাৰণা কৰে, আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহ সিহঁতৰ এনেকুৱা ধাৰণাৰ পৰা অতি ঊৰ্দ্ধত। আল্লাহৰ কোনো সন্তানেই নাই। আল্লাহ এনেকুৱা বিষয়ৰ পৰা পৰিস্কাৰ তথা পৱিত্ৰ। আল্লাহক ইবাদত কৰা লোকসকলৰ মাজৰ আগশাৰীৰ ইবাদতকাৰী মই, তথা তেওঁৰ পৱিত্ৰতা ঘোষণা কৰাৰ ক্ষেত্ৰতো মই প্ৰথমশাৰীৰ।
アラビア語 クルアーン注釈:
本諸節の功徳:
• كراهة الحق خطر عظيم.
সত্যক অপছন্দ কৰা মহাক্ষতিকৰ।

• مكر الكافرين يعود عليهم ولو بعد حين.
কাফিৰসকলৰ চক্ৰান্তই পলমকৈ হ’লেও সিহঁতকেই ক্ষতি কৰিব।

• كلما ازداد علم العبد بربه، ازداد ثقة بربه وتسليمًا لشرعه.
ক্ৰমান্বয়ে বান্দাই যিদৰে আল্লাহ সম্পৰ্কে জ্ঞান আহৰণ কৰিব, ঠিক সেই অনুপাতে তেওঁৰ ওপৰত ভৰসা আৰু তেওঁৰ চৰীয়ত পালনৰ আগ্ৰহ জাগিব।

• اختصاص الله بعلم وقت الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে।

 
対訳 節: (81) 章: 金の装飾章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる