Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (41) 章: 赦し深いお方章
وَیٰقَوْمِ مَا لِیْۤ اَدْعُوْكُمْ اِلَی النَّجٰوةِ وَتَدْعُوْنَنِیْۤ اِلَی النَّارِ ۟ؕ
হে মোৰ জাতিৰ লোকসকল! এইটো কেনেকুৱা কথা, মই তোমালোকক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ, সৎকৰ্ম কৰিবলৈ, লগতে পৃথিৱী আৰু আখিৰাতৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, কিন্তু তোমালোকে মোক আল্লাহৰ সৈতে কুফৰী কৰিবলৈ আৰু তেওঁৰ অবাধ্যতা কৰিবলৈ আৰু জাহান্নামত প্ৰৱেশ কৰাৰ প্ৰতি আহ্বান কৰি আছা?
アラビア語 クルアーン注釈:
本諸節の功徳:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব।

• نجاة الداعي إلى الحق من مكر أعدائه.
সত্যৰ প্ৰতি আহ্বানকাৰী ব্যক্তি, শত্ৰুৰ চক্ৰান্তৰ পৰা সুৰক্ষিত থাকে।

• ثبوت عذاب البرزخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ।

• تعلّق الكافرين بأي سبب يريحهم من النار ولو لمدة محدودة، وهذا لن يحصل أبدًا.
কাফিৰসকলে কিছু সময়ৰ বাবে হ'লেও জাহান্নামৰ পৰা ৰক্ষা পোৱাৰ সকলো উপায় অৱলম্বন কৰি চাব। কিন্তু সিহঁতৰ এই আশা কেতিয়াও পূৰণ নহ’ব।

 
対訳 節: (41) 章: 赦し深いお方章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる