Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (100) 章: 婦人章
وَمَنْ یُّهَاجِرْ فِیْ سَبِیْلِ اللّٰهِ یَجِدْ فِی الْاَرْضِ مُرٰغَمًا كَثِیْرًا وَّسَعَةً ؕ— وَمَنْ یَّخْرُجْ مِنْ بَیْتِهٖ مُهَاجِرًا اِلَی اللّٰهِ وَرَسُوْلِهٖ ثُمَّ یُدْرِكْهُ الْمَوْتُ فَقَدْ وَقَعَ اَجْرُهٗ عَلَی اللّٰهِ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠
যিয়ে কুফৰী নগৰৰ পৰা ইছলামী নগৰৰ পিনে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে হিজৰত কৰিব, সি অৱস্থান কৰাৰ বাবে নতুন স্থান পাব, যত সি সন্মান আৰু প্ৰচুৰ পৰিমাণে জীৱিকা লাভ কৰিব। যিয়ে নিজ ঘৰৰ পৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে হিজৰত কৰাৰ উদ্দেশ্যে ওলাই গল, কিন্তু লক্ষ্যস্থান পোৱাৰ আগতে তাৰ মৃত্যু হল, এনে ক্ষেত্ৰত আল্লাহৰ ওচৰত তাৰ ছোৱাব নিশ্চিত। যদিও সি লক্ষ্যস্থান পোৱা নাই তথাপিও কোনো অসুবিধা নাই। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• فضل الجهاد في سبيل الله وعظم أجر المجاهدين، وأن الله وعدهم منازل عالية في الجنة لا يبلغها غيرهم.
আল্লাহৰ পথত জিহাদ কৰাৰ ফজিলত আৰু মুজাহিদসকলৰ মহান প্ৰতিদান। আল্লাহে তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা উচ্চ স্থানৰ প্ৰতিশ্ৰুতি দিছে যিটো আন কোনেও নাপাব।

• أصحاب الأعذار يسقط عنهم فرض الجهاد مع ما لهم من أجر إن حسنت نيتهم.
উচিত কাৰণবশতঃ যিসকলে জিহাদত চামিল হব নোৱাৰে তেওঁলোকৰ ওপৰত জিহাদ অনিবাৰ্য নহয়। লগতে যদি তেওঁলোকৰ নিয়ত ঠিক থাকে তেন্তে তেওঁলোকেও ছোৱাব পাব।

• فضل الهجرة إلى بلاد الإسلام، ووجوبها على القادر إن كان يخشى على دينه في بلده.
ইছলামী ৰাষ্ট্ৰলৈ হিজৰত কৰাৰ ফজিলত। নিজ দেশত যদি দ্বীন পালন কৰাত আশংকা হয় তেন্তে সামৰ্থৱান ব্যক্তিৰ ওপৰত হিজৰত কৰা অনিবাৰ্য।

• مشروعية قصر الصلاة في حال السفر.
ভ্ৰমণ অৱস্থাত ছালাত কচৰ কৰাৰ বৈধতা।

 
対訳 節: (100) 章: 婦人章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる