Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (31) 章: 創成者章
وَالَّذِیْۤ اَوْحَیْنَاۤ اِلَیْكَ مِنَ الْكِتٰبِ هُوَ الْحَقُّ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ ؕ— اِنَّ اللّٰهَ بِعِبَادِهٖ لَخَبِیْرٌ بَصِیْرٌ ۟
হে ৰাছুল! আমি আপোনাৰ প্ৰতি যি গ্ৰন্থ অৱতীৰ্ণ কৰিছোঁ, সেইখনেই হৈছে সত্য। য’ত সন্দেহৰ কোনো অৱকাশ নাই। আল্লাহে এইখনক পূৰ্বৱৰ্তী গ্ৰন্থবোৰৰ সমৰ্থনৰ বাবে অৱতীৰ্ণ কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱগত তথা সৰ্বদ্ৰষ্টা। গতিকে তেৱেঁই প্ৰত্যেক উম্মতৰ ৰাছুলৰ প্ৰতি সেই উম্মতৰ আৱশ্যকতা অনুযায়ী অহী প্ৰেৰণ কৰিছিল।
アラビア語 クルアーン注釈:
本諸節の功徳:
• فضل أمة محمد صلى الله عليه وسلم على سائر الأمم.
আন আন সকলো উম্মতৰ ওপৰত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক প্ৰাধান্য দিয়া হৈছে।

• تفاوت إيمان المؤمنين يعني تفاوت منزلتهم في الدنيا والآخرة.
মুমিনসকলৰ ঈমানৰ তাৰতম্যই প্ৰমাণ কৰে যে, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ মৰ্যাদা ভিন ভিন হ’ব।

• الوقت أمانة يجب حفظها، فمن ضيعها ندم حين لا ينفع الندم.
সময় হৈছে এটা আমানত, ইয়াক সুৰক্ষিত ৰখা অনিবাৰ্য। যিয়ে ইয়াক অপচয় কৰিব, সি এনেকুৱা সময়ত অনুতপ্ত হ’ব, যি সময়ৰ অনুতপ্তই একো লাভ নিদিব।

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

 
対訳 節: (31) 章: 創成者章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる