Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (143) 章: 詩人たち章
اِنِّیْ لَكُمْ رَسُوْلٌ اَمِیْنٌ ۟ۙ
নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, তাত মই অকণো কম-বেছি নকৰোঁ।
アラビア語 クルアーン注釈:
本諸節の功徳:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়।

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে।

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক।

 
対訳 節: (143) 章: 詩人たち章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる