Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (131) 章: 詩人たち章
فَاتَّقُوا اللّٰهَ وَاَطِیْعُوْنِ ۟ۚ
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ,সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
アラビア語 クルアーン注釈:
本諸節の功徳:
• أفضلية أهل السبق للإيمان حتى لو كانوا فقراء أو ضعفاء.
ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা লোকসকলৰ শ্ৰেষ্ঠতা, যদিও তেওঁলোক দুৰ্বল তথা দৰিদ্ৰই নহওক কিয়।

• إهلاك الظالمين، وإنجاء المؤمنين سُنَّة إلهية.
অন্যায়কাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• خطر الركونِ إلى الدنيا.
পৃথিৱীক প্ৰাধান্য দিয়া আৰু ইয়াৰ প্ৰতি ভৰসা কৰাৰ ভয়াৱহতা।

• تعنت أهل الباطل، وإصرارهم عليه.
বাতিলপন্থীৰ জিদ আৰু সিহঁতৰ আঁকোৰগোজ স্বভাৱ।

 
対訳 節: (131) 章: 詩人たち章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる