Check out the new design

Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Jerin ginshikan taken fassarorin


Fassarar Ma'anoni Aya: (23) Sura: Al'ma'ida
قَالَ رَجُلٰنِ مِنَ الَّذِیْنَ یَخَافُوْنَ اَنْعَمَ اللّٰهُ عَلَیْهِمَا ادْخُلُوْا عَلَیْهِمُ الْبَابَ ۚ— فَاِذَا دَخَلْتُمُوْهُ فَاِنَّكُمْ غٰلِبُوْنَ ۚ۬— وَعَلَی اللّٰهِ فَتَوَكَّلُوْۤا اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
মুছা আলাইহিছ ছালামৰ সঙ্গীসকলৰ মাজত দুজন এনেকুৱা সঙ্গী আছিল যিসকলে আল্লাহক ভয় কৰিছিল তথা তেওঁৰ শাস্তিক ভয় কৰিছিল। আল্লাহে তেওঁলোকক আনুগত্য কৰিবলৈ তাওফীক তথা প্ৰেৰণা প্ৰদান কৰিছিল। তেওঁলোক উভয়ে নিজ জাতিক মুছা আলাইহিছ ছালামৰ কথা মানিবলৈ প্ৰেৰণা প্ৰদান কৰি কৈছিল, নগৰৰ দুৱাৰ মুখেৰে প্ৰৱেশ কৰি এই শক্তিশালী লোকৰ মুখামুখী হোৱা। নিশ্চয় তোমালোকে সিহঁতক পৰাজিত কৰিব পাৰিবা। কিয়নো যদি আল্লাহৰ প্ৰতি ঈমান থাকে তথা সাধনা ব্যৱহাৰ কৰা হয় তেন্তে আল্লাহে নিশ্চিত ভাৱে সহায় কৰে। আৰু যদি তোমালোক প্ৰকৃত মুমিন হোৱা তেন্তে কেৱল আল্লাহৰ প্ৰতি ভৰসা কৰা। কিয়নো ঈমানে আল্লাহৰ প্ৰতি ভৰসা কৰাৰ প্ৰেৰণা প্ৰদান কৰে।
Tafsiran larabci:
Daga cikin fa'idodin ayoyin a wannan shafi:
• تعذيب الله تعالى لكفرة بني إسرائيل بالمسخ وغيره يوجب إبطال دعواهم في كونهم أبناء الله وأحباءه.
বনী ইছৰাঈলৰ কাফিৰসকলৰ ওপৰত মুখমণ্ডল বিকৃত কৰা শাস্তিয়ে সিহঁতে কৰা এই যিটো দাবী যে, সিহঁত আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ, সেইটোক খণ্ডন কৰে।

• التوكل على الله تعالى والثقة به سبب لاستنزال النصر.
আল্লাহৰ ওপৰত ভৰসা কৰিলে তেওঁৰ সহায় পোৱা যায়।

• جاءت الآيات لتحذر من الأخلاق الرديئة التي كانت عند بني إسرائيل.
এইবোৰে আয়াতে সেইসমূহ বেয়া চৰিত্ৰৰ পৰা সাৱধান কৰিছে, যিবোৰ বনী ইছৰাঈলৰ মাজত আছিল।

• الخوف من الله سبب لنزول النعم على العبد، ومن أعظمها نعمة طاعته سبحانه.
আল্লাহক ভয় কৰাৰ ফলত বান্দাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ হয়। আৰু আটাইতকৈ ডাঙৰ অনুগ্ৰহটো হৈছে আল্লাহৰ আনুগত্য কৰাৰ তাওফীক প্ৰাপ্ত হোৱা।

 
Fassarar Ma'anoni Aya: (23) Sura: Al'ma'ida
Teburin jerin sunayen surori Lambar shafi
 
Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Jerin ginshikan taken fassarorin

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa