Check out the new design

Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana * - Sadržaj prijevodā


Prijevod značenja Ajet: (4) Sura: Et-Tegabun
یَعْلَمُ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ وَیَعْلَمُ مَا تُسِرُّوْنَ وَمَا تُعْلِنُوْنَ ؕ— وَاللّٰهُ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁ জানে। তোমালোকে যিবোৰ গোপনে কৰা সেইবোৰো তেওঁ জানে আৰু যিবোৰ কৰ্ম প্ৰকাশ্যভাৱে কৰা সেয়াও জানে। আল্লাহে অন্তৰত থকা ভাল-বেয়া গোপন ভেদ সম্পৰ্কেও অৱগত। এই সংক্ৰান্তীয় কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।
Tefsiri na arapskom jeziku:
Poruke i pouke ajeta na ovoj stranici:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
Prijevod značenja Ajet: (4) Sura: Et-Tegabun
Indeks sura Broj stranice
 
Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana - Sadržaj prijevodā

Izdavač: centar za kur'anske studije "Tefsir".

Zatvaranje