Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (81) ሱራ (ምዕራፍ): አል-በቀራህ
بَلٰی مَنْ كَسَبَ سَیِّئَةً وَّاَحَاطَتْ بِهٖ خَطِیْٓـَٔتُهٗ فَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাৱি আছে। আল্লাহে প্ৰত্যেক সেই ব্যক্তিক শাস্তি প্ৰদান কৰিব যিয়ে কুফৰী কৰিছে আৰু তাৰ গুনাহে তাক আৱৰি ধৰিছে। ফলস্বৰূপে তাক জাহান্নামত প্ৰৱেশ কৰাব আৰু তাত সি চিৰস্থায়ী হব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بعض أهل الكتاب يدّعي العلم بما أنزل الله، والحقيقة أن لا علم له بما أنزل الله، وإنما هو الوهم والجهل.
কিছুমান আহলে কিতাবে সিহঁতৰ ওচৰত আল্লাহৰ পুথিৰ জ্ঞান আছে বুলি দাবী কৰে কিন্তু সিহঁতৰ ওচৰত ভ্ৰম আৰু অজ্ঞতাৰ বাহিৰে আন একো নাই।

• من أعظم الناس إثمًا من يكذب على الله تعالى ورسله ؛ فينسب إليهم ما لم يكن منهم.
আটাইতকৈ ডাঙৰ পাপীসকলৰ ভিতৰত এজন সেই ব্যক্তি যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰি এনেকুৱা কথা তেওঁলোকৰ লগত সম্পৃক্ত কৰে যিটো তেওঁলোকে কোৱা নাই।

• مع عظم المواثيق التي أخذها الله تعالى على اليهود وشدة التأكيد عليها، لم يزدهم ذلك إلا إعراضًا عنها ورفضًا لها.
আল্লাহে ইয়াহুদীসকলৰ পৰা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি লৈছিল আৰু সেইবোৰ পালন কৰিবলৈ তাগিদ কৰিছিল কিন্তু সিহঁতৰ বিমুখতা আৰু প্ৰতিশ্ৰুতি ভঙ্গ কৰা কাৰ্যহে বৃদ্ধি পালে।

 
የመልዕክት ትርጉም አንቀፅ: (81) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት