Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (284) ሱራ (ምዕራፍ): አል-በቀራህ
لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاِنْ تُبْدُوْا مَا فِیْۤ اَنْفُسِكُمْ اَوْ تُخْفُوْهُ یُحَاسِبْكُمْ بِهِ اللّٰهُ ؕ— فَیَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা, মালিক আৰু নিয়ন্ত্ৰণকাৰী একমাত্ৰ আল্লাহ তাআলাহ। তোমালোকে অন্তৰৰ কথা ব্যক্ত কৰা অথবা নকৰা সেয়া আল্লাহে জানে আৰু সেই বিষয়ে আল্লাহে তোমালোকৰ পৰা হিচাপ গ্ৰহণ কৰিব। তাৰ পিছত আল্লাহে যাক ইচ্ছা কৰিব নিজ দয়া আৰু কৃপাত ক্ষমা কৰি দিব আৰু যাক ইচ্ছা কৰিব ন্যায় আৰু হিকমতেৰে শাস্তি প্ৰদান কৰিব। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• جواز أخذ الرهن لضمان الحقوق في حال عدم القدرة على توثيق الحق، إلا إذا وَثِقَ المتعاملون بعضهم ببعض.
বুজা গল যে, অধিকাৰৰ নথিপত্ৰ প্ৰস্তুত কৰিবলৈ সুবিধা নাথাকিলে অধিকাৰৰ প্ৰমাণস্বৰূপে কোনো বস্তু বন্ধকত থোৱা বৈধ। কিন্তু যদি লেনদেনকাৰীয়ে পৰস্পৰক ভৰসা কৰিব পাৰে তেন্তে বন্ধকৰ কোনো প্ৰয়োজন নাই।

• حرمة كتمان الشهادة وإثم من يكتمها ولا يؤديها.
আৰু বুজা গল, সাক্ষ্য গোপন কৰা পাপ তথা যিয়ে সাক্ষ্য গোপন কৰিব সি গুনাহগাৰ হ'ব।

• كمال علم الله تعالى واطلاعه على خلقه، وقدرته التامة على حسابهم على ما اكتسبوا من أعمال.
লগতে বুজা গল, আল্লাহ তাআলাহ তেওঁৰ সৃষ্টি সম্পৰ্কে সম্যক অৱগত আৰু সিহঁতৰ কৰ্মৰ হিচাপ গ্ৰহণত সম্পূৰ্ণ ক্ষমতাশীল।

• تقرير أركان الإيمان وبيان أصوله.
ঈমানৰ আৰকান আৰু ইয়াৰ মৌলিক বিষয়বোৰৰ বৰ্ণনা

• قام هذا الدين على اليسر ورفع الحرج والمشقة عن العباد، فلا يكلفهم الله إلا ما يطيقون، ولا يحاسبهم على ما لا يستطيعون.
এই দ্বীন সৰলতা আৰু বান্দাৰ পৰা কঠোৰতা দূৰ কৰাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে আল্লাহে সিহঁতৰ ওপৰত এনেকুৱা কোনো বোজা অৰ্পন নকৰে যিটো সিহঁতৰ ক্ষমতাৰ বাহিৰত। এইদৰে বান্দাৰ সেইসমূহ বিষয়ৰো কোনো হিচাপ লোৱা নহ'ব যিটো সিহঁতৰ সাধ্যাতীত।

 
የመልዕክት ትርጉም አንቀፅ: (284) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት