Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (241) ሱራ (ምዕራፍ): አል-በቀራህ
وَلِلْمُطَلَّقٰتِ مَتَاعٌ بِالْمَعْرُوْفِ ؕ— حَقًّا عَلَی الْمُتَّقِیْنَ ۟
তালাকপ্ৰাপ্তা নাৰীসকলক স্বামীৰ আৰ্থিক স্থিতি অনুসাৰে ধন অথবা বস্ত্ৰ আদিৰ দৰে কিছুমান সামগ্ৰী দি দিব লাগে, যাতে তালাকৰ ফলত হোৱা মনৰ কষ্ট অলপ লাঘৱ হয়। এই আদেশ আল্লাহক ভয় কৰা সকলৰ বাবে অনিবাৰ্য, যিসকলে তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الحث على المحافظة على الصلاة وأدائها تامة الأركان والشروط، فإن شق عليه صلَّى على ما تيسر له من الحال.
ছালাতক ইয়াৰ আৰকান আৰু চৰ্তৰ সৈতে আদায় কৰাৰ প্ৰতি উদ্বুদ্ধ কৰিছে। যদি এনেকৈ আদায় কৰাত কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে যিদৰে আদায় কৰা সম্ভৱ হয় সেইদৰেই আদায় কৰিব।

• رحمة الله تعالى بعباده ظاهرة، فقد بين لهم آياته أتم بيان للإفادة منها.
এই কথা স্পষ্ট যে, আল্লাহ তেওঁৰ বান্দাৰ প্ৰতি কৃপাশীল। কিয়নো তেওঁ বান্দাসকলৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছে। যাতে বান্দাসকলে ইয়াৰ পৰা উপকৃত হব পাৰে।

• أن الله تعالى قد يبتلي بعض عباده فيضيِّق عليهم الرزق، ويبتلي آخرين بسعة الرزق، وله في ذلك الحكمة البالغة.
আল্লাহে তেওঁৰ বান্দাক পৰীক্ষা কৰাৰ উদ্দেশ্যে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে আনহাতে কিছুমানক পৰীক্ষা কৰাৰ বাবে জীৱিকা বৃদ্ধি কৰি দিয়ে। ইয়াৰ মাজত তেওঁৰ হিকমত নিহিত আছে।

 
የመልዕክት ትርጉም አንቀፅ: (241) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት