Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (118) ሱራ (ምዕራፍ): አል-በቀራህ
وَقَالَ الَّذِیْنَ لَا یَعْلَمُوْنَ لَوْلَا یُكَلِّمُنَا اللّٰهُ اَوْ تَاْتِیْنَاۤ اٰیَةٌ ؕ— كَذٰلِكَ قَالَ الَّذِیْنَ مِنْ قَبْلِهِمْ مِّثْلَ قَوْلِهِمْ ؕ— تَشَابَهَتْ قُلُوْبُهُمْ ؕ— قَدْ بَیَّنَّا الْاٰیٰتِ لِقَوْمٍ یُّوْقِنُوْنَ ۟
মুশ্বৰিক আৰু আহলে কিতাবসকলৰ মাজৰ যিসকলে একোৱেই নাজানে সিহঁতে সত্যৰ সন্মুখত অহংকাৰ কৰি কয়, আল্লাহে আমাৰ লগত প্ৰত্যক্ষভাৱে কথা কিয় নকয়। অথবা আমাৰ ওচৰত অনুধাৱন কৰিব পৰা কোনো নিদৰ্শন কিয় নাহে, যিটো বিশেষকৈ কেৱল আমাৰ বাবে অৱতীৰ্ণ হ'ব? ঠিক এনেকুৱা কথাই ইতিপূৰ্বে সেইসকল লোকেও কৈছিল যিসকলে নিজ নবীসকলক অস্বীকাৰ কৰিছিল। পাৰ্থক্য কেৱল সময় আৰু স্থানৰ। কুফৰ, স্বৈৰাচাৰিতা, ধৃষ্টতাৰ ক্ষেত্ৰত ইহঁত আৰু পূৰ্বৱৰ্তী লোকসকলৰ অন্তৰ একেই। এতেকে আমি এনেকুৱা ব্যক্তিসকলৰ বাবে নিদৰ্শন স্পষ্ট কৰি দিছোঁ যিসকলে সত্য প্ৰকাশ পোৱাৰ পিছত তাৰ প্ৰতি বিশ্বাস স্থাপন কৰে। তেওঁলোকক সন্দেহেও প্ৰতিৰোধ নকৰে আৰু অহংকাৰেও তেওঁলোকক বাধা নিদিয়ে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الكفر ملة واحدة وإن اختلفت أجناس أهله وأماكنهم، فهم يتشابهون في كفرهم وقولهم على الله بغير علم.
কুফৰৰ এটাই ধৰ্ম। ইয়াৰ অনুসাৰীসকলৰ কেৱল দল আৰু স্থান বেলেগ বেলেগ। কিন্তু কুফৰৰ ক্ষেত্ৰত আৰু আল্লাহৰ প্ৰতি জ্ঞান নোহোৱাকৈ কথা কোৱাৰ ক্ষেত্ৰত সিহঁত সমান।

• أعظم الناس جُرْمًا وأشدهم إثمًا من يصد عن سبيل الله، ويمنع من أراد فعل الخير.
আটাইতকৈ ডাঙৰ অপৰাধী আৰু পাপিষ্ঠ সেইজন ব্যক্তি যিয়ে মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে আৰু সত্কৰ্মত বাধা দিয়ে।

• تنزّه الله تعالى عن الصاحبة والولد، فهو سبحانه لا يحتاج لخلقه.
আল্লাহ তাআলা স্ত্ৰী আৰু সন্তানৰ পৰা পৱিত্ৰ। তেওঁৰ পৱিত্ৰ সত্ত্বা সৃষ্টিৰ মুখাপেক্ষী নহয়।

 
የመልዕክት ትርጉም አንቀፅ: (118) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት