Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (100) ሱራ (ምዕራፍ): አል-በቀራህ
اَوَكُلَّمَا عٰهَدُوْا عَهْدًا نَّبَذَهٗ فَرِیْقٌ مِّنْهُمْ ؕ— بَلْ اَكْثَرُهُمْ لَا یُؤْمِنُوْنَ ۟
ইয়াহুদীসকলৰ বেয়া আচৰণৰ এটা উদাহৰণ এই যে, সিহঁতে যেতিয়াই প্ৰতিশ্ৰুতি কৰিছে –তাওৰাতত থকা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ ভৱিষ্যদ্বাণীৰ প্ৰতি ঈমান পোষণ কৰাও ইয়াৰ অন্তৰ্ভুক্ত- তেতিয়াই সিহঁতৰ এটা দলে সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে। দৰাচলতে ইয়াহুদীসকলৰ অধিকাংশই আল্লাহে অৱতীৰ্ণ কৰা পুথিৰ প্ৰতি ঈমান পোষণ নকৰে। কিয়নো ঈমানে প্ৰতিশ্ৰুতিৰ প্ৰতি অটল থকা প্ৰমাণ বহন কৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• المؤمن الحق يرجو ما عند الله من النعيم المقيم، ولهذا يفرح بلقاء الله ولا يخشى الموت.
প্ৰকৃত মুমিনে আল্লাহৰ ওচৰত পাবলগীয়া স্থায়ী নিয়ামতৰ আশা পোষণ কৰে। সেই কাৰণে তেওঁ আল্লাহৰ সাক্ষাতত আনন্দ প্ৰকাশ কৰে আৰু মৃত্যুক ভয় নকৰে।

• حِرص اليهود على الحياة الدنيا حتى لو كانت حياة حقيرة مهينة غير كريمة.
পাৰ্থিৱ জীৱনৰ প্ৰতি ইয়াহুদীসকলৰ লোভ-লালসা অধিক। যদিও সেই জীৱন তুচ্ছ আৰু নিকৃষ্ট নহওঁক কিয়।

• أنّ من عادى أولياء الله المقربين منه فقد عادى الله تعالى.
আল্লাহৰ নিকটৱৰ্তী আওলিয়াসকলৰ লগত শত্ৰুতা পোষণ কৰা দৰাচলতে আল্লাহৰ লগত শত্ৰুতা পোষণ কৰা বুজায়।

• إعراض اليهود عن نبوة محمد صلى الله عليه وسلم بعدما عرفوا تصديقه لما في أيديهم من التوراة.
ইয়াহুদীবিলাকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পৰা মুখ ঘূৰাই লৈছিল, এই কথা জনাৰ পিছতো যে, তেখেতে সিহঁতৰ ওচৰত থকা তাওৰাতৰো সত্যায়ন কৰে।

• أنَّ من لم ينتفع بعلمه صح أن يوصف بالجهل؛ لأنه شابه الجاهل في جهله.
যিয়ে নিজৰ জ্ঞানৰ দ্বাৰা উপকৃত নহয় সি মুৰ্খৰ ন্যায়। কাৰণ সি জ্ঞানৰ দ্বাৰা উপকৃত নহৈ মুৰ্খৰ পৰিচয় দিয়ে।

 
የመልዕክት ትርጉም አንቀፅ: (100) ሱራ (ምዕራፍ): አል-በቀራህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት