Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (59) ሱራ (ምዕራፍ): ሁድ
وَتِلْكَ عَادٌ جَحَدُوْا بِاٰیٰتِ رَبِّهِمْ وَعَصَوْا رُسُلَهٗ وَاتَّبَعُوْۤا اَمْرَ كُلِّ جَبَّارٍ عَنِیْدٍ ۟
সেই আদ জাতি, যিসকলে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল, আৰু সিহঁতৰ ৰাছুল হূদৰ অবাধ্যতা কৰিছিল, লগতে প্ৰত্যেক সেই ব্যক্তিৰ অনুকৰণ কৰিছিল যিয়ে সত্যৰ পৰা অহংকাৰ কৰিছিল তথা সত্য স্বীকাৰ কৰা আৰু পালন কৰাৰ পৰা বিৰত থকা বিদ্ৰোহী ব্যক্তিৰ অনুসৰণ কৰিছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من وسائل المشركين في التنفير من الرسل الاتهام بخفة العقل والجنون.
মুশ্বৰিকসকলে মানুহক ৰাছুলসকলৰ পৰা বিৰত ৰাখিবলৈ যিবোৰ মাধ্যম অৱলম্বন কৰিছিল, তাৰে অন্যতম হৈছে, ৰাছুলসকলৰ প্ৰতি এই অপবাদ জাপি দিয়া যে তেওঁলোকৰ বুদ্ধি-ভ্ৰম হৈছে অথবা তেওঁলোক হৈছে উন্মাদ।

• ضعف المشركين في كيدهم وعدائهم، فهم خاضعون لله مقهورون تحت أمره وسلطانه.
মুশ্বৰিকসকলৰ শত্ৰুতা আৰু চক্ৰান্ত অতি দুৰ্বল, কিয়নো সিহঁত অনিচ্ছা সত্তেও আল্লাহৰ সন্মুখত নত হৈ আছে, লগতে সিহঁত তেওঁৰ আদেশ আৰু শাসনৰ অধীনত থাকিবলৈ বাধ্য।

• أدلة الربوبية من الخلق والإنشاء مقتضية لتوحيد الألوهية وترك ما سوى الله.
উদ্ভাৱন আৰু সৃষ্টিয়ে আল্লাহৰ প্ৰভুত্ব প্ৰমাণ কৰে। লগতে এই কথাও প্ৰমাণ কৰে যে, তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য আৰু তেওঁৰ বাহিৰে সকলোৰে ইবাদত পৰিত্যাজ্য।

 
የመልዕክት ትርጉም አንቀፅ: (59) ሱራ (ምዕራፍ): ሁድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት