Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (43) ሱራ (ምዕራፍ): ሁድ
قَالَ سَاٰوِیْۤ اِلٰی جَبَلٍ یَّعْصِمُنِیْ مِنَ الْمَآءِ ؕ— قَالَ لَا عَاصِمَ الْیَوْمَ مِنْ اَمْرِ اللّٰهِ اِلَّا مَنْ رَّحِمَ ۚ— وَحَالَ بَیْنَهُمَا الْمَوْجُ فَكَانَ مِنَ الْمُغْرَقِیْنَ ۟
নূহৰ পুত্ৰই তেওঁক ক'লেঃ মই কোনো ওখ পৰ্বতত আশ্ৰয় লমগৈ। যাতে মোক পানীয়ে চুব নোৱাৰে। নূহ আলাইহিছ ছালামে তেওঁৰ পুত্ৰক ক'লেঃ প্লাৱিনত ডুবাই মৰা আজি আল্লাহৰ এই শাস্তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰিব, কেৱল তেওঁহে ৰক্ষা পাব। এই কথাপোকথনৰ সময়তেই প্ৰকাণ্ড ঢেউৱে পিতা পুত্ৰক বিচ্ছিন্ন কৰিলে, আৰু কুফুৰীৰ কাৰণে তেওঁৰ পুত্ৰ প্লাৱনত পতিত হৈ ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بيان عادة المشركين في الاستهزاء والسخرية بالأنبياء وأتباعهم.
মুশ্বৰিকসকলৰ স্বভাৱৰ বৰ্ণনা যে, সিহঁতে যুগে যুগে নবী আৰু তেওঁৰ অনুসাৰীসকলক বিদ্ৰুপ কৰি আহিছে।

• بيان سُنَّة الله في الناس وهي أن أكثرهم لا يؤمنون.
মানুহৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়মৰ বৰ্ণনা যে, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব।

• لا ملجأ من الله إلا إليه، ولا عاصم من أمره إلا هو سبحانه.
আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই, আৰু তেওঁৰ আদেশ ব্যতীত কোনো ৰক্ষাকাৰীও নাই।

 
የመልዕክት ትርጉም አንቀፅ: (43) ሱራ (ምዕራፍ): ሁድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት