Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (101) ሱራ (ምዕራፍ): ሁድ
وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ ظَلَمُوْۤا اَنْفُسَهُمْ فَمَاۤ اَغْنَتْ عَنْهُمْ اٰلِهَتُهُمُ الَّتِیْ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ مِنْ شَیْءٍ لَّمَّا جَآءَ اَمْرُ رَبِّكَ ؕ— وَمَا زَادُوْهُمْ غَیْرَ تَتْبِیْبٍ ۟
সিহঁতক ধ্বংস কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজকে ধ্বংসৰ যোগ্য বনাই নিজেই নিজৰ অন্যায় কৰিছে। হে ৰাছুল! সিহঁতক ধ্বংস কৰিবলৈ আপোনাৰ প্ৰতিপালকৰ নিৰ্দেশ যেতিয়া আহিল, তেতিয়া আল্লাহক এৰি সিহঁতে উপাসনা কৰা উপাস্যবোৰ সিহঁতৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ একেবাৰে অসমৰ্থ পৰিলক্ষিত হ'ল। সিহঁতৰ সেই উপাস্যবোৰ কেৱল ক্ষতি আৰু ধ্বংসহে বৃদ্ধি কৰিলে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• التحذير من اتّباع رؤساء الشر والفساد، وبيان شؤم اتباعهم في الدارين.
অসত্কৰ্ম আৰু বিপৰ্যয় সৃষ্টিকাৰী প্ৰতিনিধিৰ অনুসৰণৰ পৰা সতৰ্ক কৰা হৈছে, লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, সিহঁতৰ অনুসৰণ কৰিলে ইহকাল আৰু পৰকালত ক্ষতিৰ সন্মুখীন হ'ব লাগিব।

• تنزه الله تعالى عن الظلم في إهلاك أهل الشرك والمعاصي.
গুনাহগাৰ, মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত অন্যায়ৰ পৰা আল্লাহ পৰিপূৰ্ণৰূপে পৱিত্ৰ।

• لا تنفع آلهة المشركين عابديها يوم القيامة، ولا تدفع عنهم العذاب.
ক্বিয়ামতৰ দিনা মুশ্বৰিকসকলৰ উপাস্যবোৰে একো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতৰ পৰা শাস্তিও প্ৰতিৰোধ কৰিব নোৱাৰিব।

• انقسام الناس يوم القيامة إلى: سعيد خالد في الجنان، وشقي خالد في النيران.
ক্বিয়ামতৰ দিনা মানুহ দুই ভাগত বিভক্ত হব। সৌভাগ্যৱান, তেওঁলোক চিৰস্থায়ী জান্নাতৰ অধিবাসী হ'ব আৰু আনটো হ'ব দুৰ্ভগীয়া, সিহঁত অনন্ত কালৰ বাবে জাহান্নামৰ অধিবাসী হ'ব।

 
የመልዕክት ትርጉም አንቀፅ: (101) ሱራ (ምዕራፍ): ሁድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት