Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (49) 章: 扎勒亚提
وَمِنْ كُلِّ شَیْءٍ خَلَقْنَا زَوْجَیْنِ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟
আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, নৰ আৰু নাৰী, আকাশ আৰু পৃথিৱী, ভূ-পৃষ্ঠ আৰু সাগৰ, যাতে তোমালোকে আল্লাহৰ তাওহীদৰ প্ৰতি মনোযোগ দিয়া, যিজনে প্ৰত্যেক বস্তুকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে। তথা তেওঁৰ ক্ষমতাৰ প্ৰতি মনোযোগ দিয়া।
阿拉伯语经注:
这业中每段经文的优越:
• الإيمان أعلى درجة من الإسلام.
ইছলামতকৈ ঈমানৰ মৰ্যাদা অধিক।

• إهلاك الله للأمم المكذبة درس للناس جميعًا.
অস্বীকাৰকাৰী উম্মতবোৰক আল্লাহে ধ্বংস কৰা বিষয়টো হৈছে গোটেই মানৱজাতিৰ বাবে এটা শিক্ষা।

• الخوف من الله يقتضي الفرار إليه سبحانه بالعمل الصالح، وليس الفرار منه.
আল্লাহক ভয় কৰাৰ অৰ্থ হৈছে, তেওঁৰ পিনে অগ্ৰসৰ হৈ সৎকৰ্ম কৰা, তেওঁৰ পৰা আঁতৰি যোৱা নহয়।

 
含义的翻译 段: (49) 章: 扎勒亚提
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭