Check out the new design

แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (14) สูเราะฮ์: An-Nisā’
وَمَنْ یَّعْصِ اللّٰهَ وَرَسُوْلَهٗ وَیَتَعَدَّ حُدُوْدَهٗ یُدْخِلْهُ نَارًا خَالِدًا فِیْهَا ۪— وَلَهٗ عَذَابٌ مُّهِیْنٌ ۟۠
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিধান অস্বীকাৰ কৰি তথা তাৰ ওপৰত আমল কৰা পৰিত্যাগ কৰি অথবা সন্দেহ পোষণ কৰি নাইবা আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব, আল্লাহে তাক জাহান্নামত প্ৰৱেশ কৰাব, তাত সি চিৰস্থায়ী হব, আৰু তাত তাৰ বাবে থাকিব অপমানজনক শাস্তি।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• لا تقسم الأموال بين الورثة حتى يقضى ما على الميت من دين، ويخرج منها وصيته التي لا يجوز أن تتجاوز ثلث ماله.
ওৱাৰিছসকলৰ মাজত সম্পত্তি বিতৰণ তেতিয়া লৈকে কৰা নহব, যেতিয়া লৈকে মৃতকৰ ঋণ পৰিশোধ কৰা নহয় আৰু তাৰ অছিয়ত পূৰণ কৰা নহয়। আৰু এই অছিয়ত এক তৃতীয়াংশতকৈ অধিক হ'ব নালাগে।

• التحذير من التهاون في قسمة المواريث؛ لأنها عهد الله ووصيته لعباده المؤمنين؛ فلا يجوز تركها أو التهاون فيها.
মিৰাছ বিতৰণ সম্পৰ্কে অৱহেলাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো এইটো আল্লাহৰ প্ৰতিশ্ৰুতি আৰু তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি এইটো তেওঁৰ উপদেশ। এতেকে ইয়াক পৰিত্যাগ কৰা তথা ইয়াৰ প্ৰতি অৱহেলা কৰা বৈধ নহয়।

• من علامات الإيمان امتثال أوامر الله، وتعظيم نواهيه، والوقوف عند حدوده.
আল্লাহৰ আদেশ পালন কৰা, তেওঁৰ নিষেধাজ্ঞাৰ প্ৰতি সন্মান জনোৱা আৰু তেওঁৰ সীমাৰেখাত অৱস্থান কৰা ঈমানৰ অন্যতম প্ৰতীক।

• من عدل الله تعالى وحكمته أن من أطاعه وعده بأعظم الثواب، ومن عصاه وتعدى حدوده توعده بأعظم العقاب.
এয়া আল্লাহৰ ন্যায় আৰু তেওঁৰ হিকমত যে, তেওঁ নিজৰ অনুসৰণকাৰী সকলৰ বাবে বৰ ডাঙৰ ছোৱাবৰ প্ৰতিশ্ৰুতি দিছে লগতে ইয়াৰ অৱজ্ঞাকাৰী সকলক আৰু সীমালংঘনকাৰী সকলক মহা শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।

 
แปลความหมาย​ อายะฮ์: (14) สูเราะฮ์: An-Nisā’
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - คำแปลภาษาอัสสัม สำหรับหนังสืออรรถาธิบายอัลกุรอานอย่างสรุป (อัลมุคตะศ็อร ฟีตัฟซีร อัลกุรอานิลกะรีม) - สารบัญ​คำแปล

โดย ศูนย์ตัฟซีรเพื่อการศึกษาอัลกุรอาน

ปิด