Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (10) පරිච්ඡේදය: අල් හෂ්ර්
وَالَّذِیْنَ جَآءُوْ مِنْ بَعْدِهِمْ یَقُوْلُوْنَ رَبَّنَا اغْفِرْ لَنَا وَلِاِخْوَانِنَا الَّذِیْنَ سَبَقُوْنَا بِالْاِیْمَانِ وَلَا تَجْعَلْ فِیْ قُلُوْبِنَا غِلًّا لِّلَّذِیْنَ اٰمَنُوْا رَبَّنَاۤ اِنَّكَ رَءُوْفٌ رَّحِیْمٌ ۟۠
আৰু এওঁলোকৰ পিছত যিসকলে আগমন কৰিছে আৰু যিসকলে ক্বিয়ামত পৰ্যন্ত কল্যাণৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া আৰু আমাৰ সেইসকল দ্বীনি ভাতৃকো ক্ষমা কৰি দিয়া, যিসকলে আমাৰ পূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল। আৰু আমাৰ অন্তৰত কোনো মুমিনৰ প্ৰতি শত্ৰুতা তথা বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি তোমাৰ বান্দাসকলৰ প্ৰতি অতি কৰুণাময়, দয়াবান।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• رابطة الإيمان لا تتأثر بتطاول الزمان وتغير المكان.
স্থান পৰিবৰ্তন অথবা সময়ৰ দৈৰ্ঘতাই ঈমানৰ সম্পৰ্কত প্ৰভাৱ নেপেলায়।

• صداقة المنافقين لليهود وغيرهم صداقة وهمية تتلاشى عند الشدائد.
মুনাফিকসকলৰ ইহুদীসকলৰ লগত বন্ধুত্ব হৈছে আভুৱা ভৰা প্ৰৱঞ্চনা, যিটো বিপদৰ পলাই পত্ৰং দিয়ে।

• اليهود جبناء لا يواجهون في القتال، ولو قاتلوا فإنهم يتحصنون بِقُرَاهم وأسلحتهم.
প্ৰকৃততে ইয়াহুদীসকল হৈছে কাপুৰুষ। মুখা-মুখি যুদ্ধ কৰিবলৈ সিহঁতৰ সাহস নাই। আনহাতে যদি যু্দ্ধ কৰেও তেন্তে অস্ত্ৰ সস্ত্ৰলৈ দুৰ্গৰ ভিতৰৰ পৰা কৰিব পাৰে।

 
අර්ථ කථනය වාක්‍යය: (10) පරිච්ඡේදය: අල් හෂ්ර්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න