Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (90) පරිච්ඡේදය: අන් නිසා
اِلَّا الَّذِیْنَ یَصِلُوْنَ اِلٰی قَوْمٍ بَیْنَكُمْ وَبَیْنَهُمْ مِّیْثَاقٌ اَوْ جَآءُوْكُمْ حَصِرَتْ صُدُوْرُهُمْ اَنْ یُّقَاتِلُوْكُمْ اَوْ یُقَاتِلُوْا قَوْمَهُمْ ؕ— وَلَوْ شَآءَ اللّٰهُ لَسَلَّطَهُمْ عَلَیْكُمْ فَلَقٰتَلُوْكُمْ ۚ— فَاِنِ اعْتَزَلُوْكُمْ فَلَمْ یُقَاتِلُوْكُمْ وَاَلْقَوْا اِلَیْكُمُ السَّلَمَ ۙ— فَمَا جَعَلَ اللّٰهُ لَكُمْ عَلَیْهِمْ سَبِیْلًا ۟
কিন্তু সিহঁতৰ মাজৰ যিসকলে এনেকুৱা সম্প্ৰদায়ৰ ওচৰত গৈ উপস্থিত হয়, যি সম্প্ৰদায়ৰ লগত তোমালোকৰ যুদ্ধবিৰামৰ সন্ধি আছে, অথবা সিহঁত নিজেই যদি তোমালোকৰ ওচৰত এই অৱস্থাত আহে যে, সিহঁতৰ অন্তৰ সংকীৰ্ণ হৈ পৰিছে, সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিব নিবিচাৰে আৰু নিজৰ সম্প্ৰদায়ৰ লগতো নহয়। আনহাতে আল্লাহে ইচ্ছা কৰিলে সিহঁতক তোমালোকতকৈ অধিক শক্তিশালী কৰিলেহেঁতেন, ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে আল্লাহে প্ৰদান কৰা শান্তিময় পৰিৱেশ স্বীকাৰ কৰা আৰু সিহঁতক হত্যা তথা গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকা। যদি সিহঁতে তোমালোকৰ পৰা পৃথক হৈ থাকে, আৰু তোমালোকৰ লগত যুদ্ধ নকৰি সন্ধি কৰিব বিচাৰে তেন্তে আল্লাহে সিহঁতক হত্যা অথবা বন্দী বনোৱাৰ কোনো পথ উন্মুক্ত ৰখা নাই।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• خفاء حال بعض المنافقين أوقع الخلاف بين المؤمنين في حكم التعامل معهم.
কিছুমান মুনাফিকৰ স্থিতি স্পষ্ট নোহোৱাৰ কাৰণে সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত, এই বিষয়ে মুমিনসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল।

• بيان كيفية التعامل مع المنافقين بحسب أحوالهم ومقتضى المصلحة معهم.
পৰিস্থিতি আৰু অৱস্থা অনুসাৰে মুনাফিকসকলৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত তাৰ বৰ্ণনা।

• عدل الإسلام في الكف عمَّن لم تقع منه أذية متعدية من المنافقين.
যিসকল মুনাফিকে মুছলিমসকলক কষ্ট নিদিয়ে সিহঁতৰ ক্ষেত্ৰত ইছলামৰ ন্যায়পূৰ্ণ ব্যৱহাৰৰ বৰ্ণনা।

• يكشف الجهاد في سبيل الله أهل النفاق بسبب تخلفهم عنه وتكلُّف أعذارهم.
আল্লাহৰ পথৰ জিহাদে মুনাফিকসকলৰ মুখা খুলি দিয়ে। কিয়নো সিহঁতে ইয়াৰ পৰা পিছুৱাই থাকে আৰু বাহানা বনায়।

 
අර්ථ කථනය වාක්‍යය: (90) පරිච්ඡේදය: අන් නිසා
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න