Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (76) පරිච්ඡේදය: අන් නිසා
اَلَّذِیْنَ اٰمَنُوْا یُقَاتِلُوْنَ فِیْ سَبِیْلِ اللّٰهِ ۚ— وَالَّذِیْنَ كَفَرُوْا یُقَاتِلُوْنَ فِیْ سَبِیْلِ الطَّاغُوْتِ فَقَاتِلُوْۤا اَوْلِیَآءَ الشَّیْطٰنِ ۚ— اِنَّ كَیْدَ الشَّیْطٰنِ كَانَ ضَعِیْفًا ۟۠
প্ৰকৃত মুমিনে আল্লাহৰ পথত তেওঁৰ দ্বীনৰ প্ৰসাৰতাৰ বাবে যুদ্ধ কৰে, আনহাতে কাফিৰসকলে নিজৰ অসত্য উপাস্যসকলৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ সহায়কসকলৰ লগত যুদ্ধ কৰা, কিয়নো যদি তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা তেন্তে তোমালোকে বিজয় প্ৰাপ্ত হবা। কিয়নো চয়তানৰ চক্ৰান্ত অতি দুৰ্বল। সি আল্লাহৰ প্ৰতি ভৰসাকাৰী সকলৰ একো ক্ষতি কৰিব নোৱাৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• وجوب القتال لإعلاء كلمة الله ونصرة المستضعفين، وذم الخوف والجبن والاعتراض على أحكام الله.
আল্লাহৰ দ্বীন সুউচ্চ কৰাৰ বাবে যুদ্ধ কৰা আৰু দুৰ্বল তথা অসহায় লোকক সহায় কৰা অনিবাৰ্য। আনহাতে ভয়, কাপুৰুষতা আৰু আল্লাহৰ আদেশৰ পৰা বিমুখ হোৱাৰ পৰা সাৱধান কৰা হৈছে।

• الدار الآخرة خير من الدنيا وما فيها من متاع وشهوات لمن اتقى الله تعالى وعمل بطاعته.
আল্লাহৰ আদেশ পালনকাৰী মুত্তাকীসকলৰ বাবে আখিৰাতৰ ঘৰ, পৃথিৱী আৰু ইয়াৰ সা-সামগ্ৰীৰ তথা ভোগ-বিলাসৰ বস্তুতকৈ বহু গুণে উত্তম।

• الخير والشر كله بقدر الله، وقد يبتلي الله عباده ببعض السوء في الدنيا لأسباب، منها: ذنوبهم ومعاصيهم.
কল্যাণ আৰু অকল্যাণ সকলো আল্লাহৰ ফালৰ পৰা। কেতিয়াবা কেতিয়াবা আল্লাহে তেওঁৰ বান্দাসকলক কিছুমান কাৰণত যেনে- গুনাহ আৰু অবাধ্যতা আদিৰ ফলত বিপদাপন্ন কৰি পৰীক্ষা কৰে।

 
අර්ථ කථනය වාක්‍යය: (76) පරිච්ඡේදය: අන් නිසා
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න