Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (20) سورت: حشر
لَا یَسْتَوِیْۤ اَصْحٰبُ النَّارِ وَاَصْحٰبُ الْجَنَّةِ ؕ— اَصْحٰبُ الْجَنَّةِ هُمُ الْفَآىِٕزُوْنَ ۟
জাহান্নামী আৰু জান্নাতীসকল কেতিয়াও সমান হ'ব নোৱাৰে। বৰং যিদৰে পৃথিৱীত সিহঁতৰ কৰ্মৰাজিৰ মাজত পাৰ্থক্য আছিল, ঠিক তেনেদৰে পৰকালতো সিহঁতৰ প্ৰতিফলৰ মাজত পাৰ্থক্য হব। জান্নাতীসকলেই সফল হ'ব। আৰু তেওঁলোকে ইচ্ছাকৃত সকলো সা-সামগ্ৰী পাব আৰু সকলো ধৰণৰ ভয়ৰ পৰা মুক্তি লাভ কৰিব।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• من علامات توفيق الله للمؤمن أنه يحاسب نفسه في الدنيا قبل حسابها يوم القيامة.
আল্লাহৰ তাওফীক প্ৰাপ্ত মুমিনসকলৰ নিদৰ্শনাৱলীৰ ভিতৰত এক অন্যতম নিদৰ্শন হৈছে এই যে, তেওঁলোকে ক্বিয়ামত দিৱসৰ হিচাপ-নিকাচৰ পূৰ্বেই আত্মপৰ্যালোচনা কৰে।

• في تذكير العباد بشدة أثر القرآن على الجبل العظيم؛ تنبيه على أنهم أحق بهذا التأثر لما فيهم من الضعف.
বান্দাসকলক এই কথাৰ উপলব্ধি কৰোৱা যে, পৰ্বত ইমান মজবুত হোৱাৰ পিছতো তাৰ ওপৰত কোৰআনৰ কেনেকুৱা প্ৰভাৱ পৰিব বুুলি উল্লেখ কৰা হৈছে। এতেকে এই পৰিপ্ৰেক্ষিতত মানুহে আৰু অধিক প্ৰভাৱিত হোৱা উচিত, যিহেতু সিহঁতৰ মাজত দূৰ্বলতা বেছি।

• أشارت الأسماء (الخالق، البارئ، المصور) إلى مراحل تكوين المخلوق من التقدير له، ثم إيجاده، ثم جعل له صورة خاصة به، وبذكر أحدها مفردًا فإنه يدل على البقية.
আল্লাহৰ এই নামবোৰৰ দ্বাৰা( আল-খালিক্ব, আল-বাৰী, আল-মুছাওৱিৰ) সৃষ্টিৰ বিভিন্ন স্তৰৰ প্ৰতি ইংগিত কৰা হৈছে যেনে, সিহঁতক সৃষ্টি কৰাৰ নিৰ্ণয় লোৱা, সিহঁতক সৃষ্টি কৰা আৰু সিহঁতক বিশেষ আকৃতি প্ৰদান কৰা। ইয়াৰে যিকোনো এটা উল্লেখ হ'লে, বাকীবোৰকো প্ৰমাণিত কৰে।

 
د معناګانو ژباړه آیت: (20) سورت: حشر
د سورتونو فهرست (لړلیک) د مخ شمېره
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

تړل