Check out the new design

पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद आयत: (8) सूरह: माइदः
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُوْنُوْا قَوّٰمِیْنَ لِلّٰهِ شُهَدَآءَ بِالْقِسْطِ ؗ— وَلَا یَجْرِمَنَّكُمْ شَنَاٰنُ قَوْمٍ عَلٰۤی اَلَّا تَعْدِلُوْا ؕ— اِعْدِلُوْا ۫— هُوَ اَقْرَبُ لِلتَّقْوٰی ؗ— وَاتَّقُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟
হেৰা যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছা! আল্লাহৰ সন্তুষ্টি লাভ কৰিবলৈ তেওঁৰ অধিকাৰসমূহ আদায় কৰা আৰু ন্যায়ৰ সপক্ষে সাক্ষী দান কৰা অন্যায়ৰ সপক্ষে নহয়। কোনো গোত্ৰৰ শত্ৰুতাই যাতে তোমালোকক অন্যায় কৰিবলৈ প্ৰৰোচিত নকৰে, কিয়নো ন্যায় বন্ধু আৰু শত্ৰু উভয়ৰ লগতে কৰা উচিত। সেয়ে সিহঁতৰ লগত ন্যায় কৰা। ন্যায় হৈছে আল্লাহৰ প্ৰতি ভয়ৰ অতি নিকটৱৰ্তী। আনহাতে অন্যায় হৈছে আল্লাহৰ সন্মুখত দুসাহস কৰাৰ অতি নিকটৱৰ্তী। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তোমালোকে যি কৰা সেই বিষয়ে নিশ্চয় আল্লাহ অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দান কৰিব।
अरबी व्याख्याहरू:
यस पृष्ठको आयतहरूका लाभहरूमध्येबाट:
• الأصل في الطهارة هو استعمال الماء بالوضوء من الحدث الأصغر، والغسل من الحدث الأكبر.
পৱিত্ৰতাৰ মূল হৈছে পানী ব্যৱহাৰ কৰা। এতেকে হাদাছে আচগৰ হলে অজু কৰা আৰু হাদাছে আকবৰ হলে গোছলৰ জৰিয়তে পৱিত্ৰতা অৰ্জন কৰা।

• في حال تعذر الحصول على الماء، أو تعذّر استعماله لمرض مانع أو برد قارس، يشرع التيمم (بالتراب) لرفع حكم الحدث (الأصغر أو الأكبر).
যদি পানী পোৱা নাযায় অথবা বেমাৰ নাইবা শীতৰ কাৰণে পানী ব্যৱহাৰ কৰাত ক্ষতিৰ আশংকা হলে, এনে ক্ষেত্ৰত হাদাছে আচগৰ বা হাদাছে আকবৰ দূৰ কৰিবলৈ মাটিৰে পৱিত্ৰতা অৰ্জন কৰিব পাৰি।

• الأمر بتوخي العدل واجتناب الجور حتى في معاملة المخالفين.
প্ৰত্যেকৰে লগত ন্যায় কৰাৰ আদেশ দিছে আৰু অন্যায়ৰ পৰা নিষেধ কৰিছে, যদিও সি শত্ৰুৱে নহওঁক কিয়।

 
अर्थको अनुवाद आयत: (8) सूरह: माइदः
सूरहरूको सूची पृष्ठ संख्या
 
पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुहोस्