Check out the new design

पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद आयत: (188) सूरह: बकरः
وَلَا تَاْكُلُوْۤا اَمْوَالَكُمْ بَیْنَكُمْ بِالْبَاطِلِ وَتُدْلُوْا بِهَاۤ اِلَی الْحُكَّامِ لِتَاْكُلُوْا فَرِیْقًا مِّنْ اَمْوَالِ النَّاسِ بِالْاِثْمِ وَاَنْتُمْ تَعْلَمُوْنَ ۟۠
তোমালোকে ইজনে সিজনৰ সম্পদ অবৈধভাৱে ভক্ষণ নকৰিবা। যেনে- চুৰি, লুন্ঠণ, ঠগি খোৱা ইত্যাদি। লগতে সম্পত্তি সম্পৰ্কীয় কোনো মোকৰ্দমা অধিকাৰীসকলৰ ওচৰত এই উদ্দেশ্যে লৈ নাযাবা যে, মানুহৰ সম্পত্তিৰ এটা অংশ অন্যায়ভাৱে আত্মসাৎ কৰিব পাৰা। অথচ তোমালোকে জানা যে, নিশ্চয় আল্লাহে এইটো হাৰাম কৰিছে। কিয়নো হাৰাম বুলি জনাৰ পিছতো সেই গুনাহত লিপ্ত হোৱাটো অধিক ঘৃণনীয় আৰু শাস্তিও অতি কঠোৰ।
अरबी व्याख्याहरू:
यस पृष्ठको आयतहरूका लाभहरूमध्येबाट:
• مشروعية الاعتكاف، وهو لزوم المسجد للعبادة؛ ولهذا يُنهى عن كل ما يعارض مقصود الاعتكاف، ومنه مباشرة المرأة.
ইয়াৰ দ্বাৰা এতেকাফৰ প্ৰমাণ পোৱা যায়। ইবাদতৰ উদ্দেশ্যে মছজিদত অৱস্থান কৰাকে এতেকাফ বোলে। এই কাৰণেই এতেকাফৰ অৱস্থাত প্ৰত্যেক সেই কৰ্মৰ পৰা নিষেধ কৰা হৈছে যিটো ইয়াৰ উদ্দেশ্যৰ বিপৰীত। যেনে- স্ত্ৰী সহবাস।

• النهي عن أكل أموال الناس بالباطل، وتحريم كل الوسائل والأساليب التي تقود لذلك، ومنها الرشوة.
ইয়াৰ দ্বাৰা বুজা গল, মানুহৰ সম্পদ অবৈধ ভাৱে ভক্ষণ কৰা হাৰাম। লগতে প্ৰত্যেক এনেকুৱা মাধ্যমো হাৰাম, যিটো মাধ্যমে হাৰাম কৰ্মত লিপ্ত কৰে। ইয়াৰে এটা প্ৰকাৰ হৈছে উৎকোচ।

• تحريم الاعتداء والنهي عنه؛ لأن هذا الدين قائم على العدل والإحسان.
অন্যায়-অত্যাচাৰ হাৰাম আৰু ইয়াৰ পৰা নিষেধ কৰা হৈছে। কিয়নো ইছলাম ন্যায় আৰু উত্তম ব্যৱহাৰ ওপৰত প্ৰতিষ্ঠিত।

 
अर्थको अनुवाद आयत: (188) सूरह: बकरः
सूरहरूको सूची पृष्ठ संख्या
 
पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुहोस्