Check out the new design

पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद आयत: (7) सूरह: यूनुस
اِنَّ الَّذِیْنَ لَا یَرْجُوْنَ لِقَآءَنَا وَرَضُوْا بِالْحَیٰوةِ الدُّنْیَا وَاطْمَاَنُّوْا بِهَا وَالَّذِیْنَ هُمْ عَنْ اٰیٰتِنَا غٰفِلُوْنَ ۟ۙ
নিশ্চয় কাফিৰসকলে আল্লাহৰ সাক্ষাৎ প্ৰত্যাশা নকৰে যে ফলত তেওঁক ভয় কৰিব আৰু তেওঁৰ সাক্ষাৎ কামনা কৰিব। তথা সিহঁত আখিৰাতৰ চিৰস্থায়ী জীৱনৰ পৰিবৰ্তে পৃথিৱীৰ ক্ষন্তেকীয়া জীৱনক লৈয়ে সন্তুষ্ট। এই জীৱনকলৈ সন্তুষ্ট হৈ সিহঁত আনন্দিত। সিহঁত আল্লাহৰ নিদৰ্শন আৰু তেওঁৰ প্ৰমাণসমূহৰ পৰা বিমুখ হয় আৰু ইয়াৰ প্ৰতি নিজৰ বিবেক নখটোৱায়।
अरबी व्याख्याहरू:
यस पृष्ठको आयतहरूका लाभहरूमध्येबाट:
• لطف الله عز وجل بعباده في عدم إجابة دعائهم على أنفسهم وأولادهم بالشر.
বান্দাৰ প্ৰতি আল্লাহৰ এয়া অসীম কৃপা যে, তেওঁ বান্দাৰ সেই বদ্দুআ তৎক্ষণাত কবূল নকৰে যিটো বান্দাই নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তানৰ বিৰুদ্ধে কৰে।

• بيان حال الإنسان بالدعاء في الضراء والإعراض عند الرخاء والتحذير من الاتصاف بذلك.
মানুহৰ এই স্বভাৱৰ বৰ্ণনা যে, সিহঁতে বিপদ-আপদৰ সময়ত আল্লাহক স্মৰণ কৰে, কিন্তু সুখৰ সময়ত পাহৰি যায়। সেয়ে এনেকুৱা বৈশিষ্ট্যৰ পৰা বিৰত থকা উচিত।

• هلاك الأمم السابقة كان سببه ارتكابهم المعاصي والظلم.
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ ধ্বংস হোৱাৰ অন্যতম কাৰণ আছিল গুনাহত লিপ্ত হোৱা আৰু অন্যায় কৰা।

 
अर्थको अनुवाद आयत: (7) सूरह: यूनुस
सूरहरूको सूची पृष्ठ संख्या
 
पवित्र कुरआनको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुहोस्