Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (3) ಸೂರಾ: ಅಲ್- ಅಹ್ ಝಾಬ್
وَّتَوَكَّلْ عَلَی اللّٰهِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟
আপোনাৰ সকলো কৰ্মতেই আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। আল্লাহৰ বান্দাসকলৰ মাজৰ যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰিবলৈ আল্লাহেই যথেষ্ট।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ವಚನಗಳ ಉಪಯೋಗಗಳು:
• لا أحد أكبر من أن يُؤْمر بالمعروف ويُنْهى عن المنكر.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা দায়িত্বত নিয়োজিত ব্যক্তিতকৈ দায়িত্বশীল ব্যক্তি আন কোনো নাই।

• رفع المؤاخذة بالخطأ عن هذه الأمة.
অজানিতে হোৱা ত্ৰুটিক এই উম্মতৰ লোকসকলৰ পৰা ক্ষমা কৰি দিয়া হৈছে।

• وجوب تقديم مراد النبي صلى الله عليه وسلم على مراد الأنفس.
মানুহৰ চাহিদাৰ ওপৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহিদাক অগ্ৰাধিকাৰ দিয়াটো অনিবাৰ্য।

• بيان علو مكانة أزواج النبي صلى الله عليه وسلم، وحرمة نكاحهنَّ من بعده؛ لأنهن أمهات للمؤمنين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ উচ্চ মৰ্যাদাৰ বৰ্ণনা, লগতে এই কথাৰ স্পষ্টীকৰণ যে, তেখেতৰ মৃত্যুৰ পিছত তেওঁলোকক বিবাহ কৰা হাৰাম। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ।

 
ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (3) ಸೂರಾ: ಅಲ್- ಅಹ್ ಝಾಬ್
ಸೂರಗಳ (ಅಧ್ಯಾಯಗಳ) ಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ