Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (1) ಸೂರಾ: ಅನ್ನಮ್ಲ್

আন-নামল

ಸೂರದ (ಅಧ್ಯಾಯದ) ಉದ್ದೇಶಗಳು:
الامتنان على النبي صلى الله عليه وسلم بنعمة القرآن وشكرها والصبر على تبليغه.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা কোৰআনৰ নিয়ামত সম্পৰ্কে বৰ্ণনা কৰা হৈছে, গতিকে ইয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ, লগতে ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিবলৈ প্ৰেৰণা দিয়া হৈছে।

طٰسٓ ۫— تِلْكَ اٰیٰتُ الْقُرْاٰنِ وَكِتَابٍ مُّبِیْنٍ ۟ۙ
(ত্ব-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই আয়াতবোৰ স্পষ্ট গ্ৰন্থ তথা কোৰআনৰ আয়াত, যিবোৰৰ মাজত কোনো ধৰণৰ বেমেজালি নাই। যিয়েই ইয়াকলৈ গৱেষণা কৰিব, তেৱেঁই গম পাব যে, নিশ্চিতভাৱে এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ವಚನಗಳ ಉಪಯೋಗಗಳು:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক।

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা।

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।

 
ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (1) ಸೂರಾ: ಅನ್ನಮ್ಲ್
ಸೂರಗಳ (ಅಧ್ಯಾಯಗಳ) ಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ