Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (31) ಸೂರಾ: ಅಲ್- ಬಕರ
وَعَلَّمَ اٰدَمَ الْاَسْمَآءَ كُلَّهَا ثُمَّ عَرَضَهُمْ عَلَی الْمَلٰٓىِٕكَةِ فَقَالَ اَنْۢبِـُٔوْنِیْ بِاَسْمَآءِ هٰۤؤُلَآءِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আল্লাহ তাআলাই আদম আলাইহিছ ছালামৰ মৰ্যদা স্পষ্ট কৰিবলৈ, তেওঁক সকলো সজীৱ আৰু নিৰ্জীৱ বস্তুৰ নাম অৰ্থাৎ শব্দ আৰু অৰ্থ আদি শিকাই দিলে। তাৰ পিছত এইবোৰ বস্তু ফিৰিস্তাসকলৰ সন্মুখত ৰাখি ক'লে, "যদি তোমালোকে নিজৰ এই কথাত সত্যবাদী যে, তোমালোক এওঁতকৈ (আদমতকৈ) অধিক প্ৰতিষ্ঠাৱান আৰু উত্তম তেনেহ’লে তোমালোকে এইবোৰ বস্তুৰ নাম কোৱা"।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ವಚನಗಳ ಉಪಯೋಗಗಳು:
• الواجب على المؤمن إذا خفيت عليه حكمة الله في بعض خلقه وأَمْرِهِ أن يسلِّم لله في خلقه وأَمْرِهِ.
যদি আল্লাহৰ কোনো সৃষ্টি অথবা আদেশৰ হিকমত বুজা নাযায়, তেন্তে সেই বিষয়টোক মুমিনসকলে আল্লাহৰ পিনে প্ৰত্যাৰ্পন কৰা উচিত।

• رَفَعَ القرآن الكريم منزلة العلم، وجعله سببًا للتفضيل بين الخلق.
কোৰআনে জ্ঞানৰ মৰ্যদা উচ্চ কৰিছে আৰু জ্ঞানক শ্ৰেষ্ঠতা প্ৰাপ্ত হোৱাৰ মাধ্যম বনাই দিছে।

• الكِبْرُ هو رأس المعاصي، وأساس كل بلاء ينزل بالخلق، وهو أول معصية عُصِيَ الله بها.
অহংকাৰ হৈছে সকলো গুনাহৰ মূল। সৃষ্টিৰ প্ৰতি আপতিত প্ৰত্যেক বিপদৰ ভেটি। অহংকাৰেই হৈছে আল্লাহৰ লগত কৰা সৰ্বপ্ৰথম অবাধ্যতা।

 
ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (31) ಸೂರಾ: ಅಲ್- ಬಕರ
ಸೂರಗಳ (ಅಧ್ಯಾಯಗಳ) ಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ