Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (281) ಸೂರಾ: ಅಲ್- ಬಕರ
وَاتَّقُوْا یَوْمًا تُرْجَعُوْنَ فِیْهِ اِلَی اللّٰهِ ۫— ثُمَّ تُوَفّٰی كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟۠
সেই দিনাৰ শাস্তিক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে উভতাই নিয়া হ'ব আৰু তেওঁৰ সন্মুখত থিয় হ'বা। তেতিয়া প্ৰত্যেককে নিজৰ ভাল অথবা বেয়া কৰ্মৰ প্ৰতিদান দিয়া হ'ব। সেই ছোৱাব হ্ৰাস কৰি অথবা অধিক শাস্তিৰে কাকো অত্যাচাৰ কৰা নহ'ব।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ವಚನಗಳ ಉಪಯೋಗಗಳು:
• من أعظم الكبائر أكل الربا، ولهذا توعد الله تعالى آكله بالحرب وبالمحق في الدنيا والتخبط في الآخرة.
ডাঙৰ গুনাহৰ এটা অন্যতম গুনাহ হৈছে সুতৰ লেনদেন। সেয়ে আল্লাহে সুত খোৱা ব্যক্তিৰ লগত যুদ্ধ তথা পৃথিৱীত আৰ্থিক বিনাশ আৰু আখিৰাতত বলীয়া হ'ব বুলি সতৰ্ক কৰিছে।

• الالتزام بأحكام الشرع في المعاملات المالية ينزل البركة والنماء فيها.
আৰ্থিক বিষয়ত চৰীয়তৰ আদেশ পালন কৰিলে ধন-সম্পত্তিত বৰকত হয়।

• فضل الصبر على المعسر، والتخفيف عنه بالتصدق عليه ببعض الدَّين أو كله.
আৰ্থিকভাৱে অচল ব্যক্তিক ঋণ পৰিশোধ কৰাৰ দাবীৰ ক্ষেত্ৰত ধৈৰ্য ধৰিবলৈ কোৱা হৈছে লগতে সম্পূৰ্ণ ঋণ অথবা আংশিক ঋণ ক্ষমা কৰি দিয়াৰ ফজিলত বৰ্ণনা কৰা হৈছে।

 
ಅರ್ಥಗಳ ಅನುವಾದ ವಚನ: (281) ಸೂರಾ: ಅಲ್- ಬಕರ
ಸೂರಗಳ (ಅಧ್ಯಾಯಗಳ) ಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ