Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (15) ជំពូក​: អាត់តាហ្គពុន
اِنَّمَاۤ اَمْوَالُكُمْ وَاَوْلَادُكُمْ فِتْنَةٌ ؕ— وَاللّٰهُ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟
নিশ্চয় তোমালোকৰ ধন তথা তোমালোকৰ সন্তান হৈছে তোমালোকৰ বাবে মুচিবত তথা পৰীক্ষাস্বৰূপ। কিয়নো সিহঁতে কেতিয়াবা কেতিয়াবা তোমালোকক হাৰাম উপাৰ্জন কৰিবলৈ আৰু আল্লাহৰ আনুগত্যৰ পৰা দূৰ হোৱাৰ প্ৰেৰণা দিয়ে। এতেকে আল্লাহৰ ওচৰত মহাপ্ৰতিদান আছে, সেই ব্যক্তিৰ বাবে যিয়ে আল্লাহৰ আনুগত্যক সন্তানৰ আনুগত্যৰ ওপৰত তথা সম্পত্তিৰ লোভত ব্যস্ত থকাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে। আৰু এই মহাপ্ৰতিদানটো হৈছে জান্নাত।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• مهمة الرسل التبليغ عن الله، وأما الهداية فهي بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে আল্লাহৰ সংবাদ পৌঁচাই দিয়া। আনহাতে হিদায়তৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।

• الإيمان بالقدر سبب للطمأنينة والهداية.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে সন্তুষ্টি তথা শান্তি লাভৰ উপায়।

• التكليف في حدود المقدور للمكلَّف.
দায়িত্ব সিমানেই অৰ্পণ কৰা হয়, বান্দাৰ যিমান সহিব পৰা শক্তি আছে।

• مضاعفة الثواب للمنفق في سبيل الله.
আল্লাহৰ পথত ব্যয়কাৰী ব্যক্তিক অধিক হাৰত চোৱাব প্ৰদান কৰা হয়।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (15) ជំពូក​: អាត់តាហ្គពុន
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ