Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (13) ជំពូក​: អាល់ហាស្ហរ៍
لَاَنْتُمْ اَشَدُّ رَهْبَةً فِیْ صُدُوْرِهِمْ مِّنَ اللّٰهِ ؕ— ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟
হে মুমিনসকল! নিশ্চয় মুনাফিক আৰু ইহুদীসকলৰ অন্তৰত আল্লাহৰ ভয়তকৈ অধিক তোমালোকৰ ভয় পোৱা যায়। আৰু সিহঁতে তোমালোকক অত্যাধিক ভয় কৰাৰ আৰু আল্লাহক ভয় নকৰাৰ কাৰণটো হৈছে এই যে, সিহঁত হৈছে জ্ঞানবোধ নথকা সম্প্ৰদায়। কিয়নো যদি সিহঁতৰ বোধ শক্তি থাকিলেহেঁতেন তেন্তে ভালদৰে জানিলেহেঁতেন যে, আল্লাহক ভয় কৰাটো অধিক বাঞ্চনীয়। কিয়নো তেৱেঁই তোমালোকক সিহঁতৰ ওপৰত প্ৰভুত্ব প্ৰদান কৰিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• رابطة الإيمان لا تتأثر بتطاول الزمان وتغير المكان.
স্থান পৰিবৰ্তন অথবা সময়ৰ দৈৰ্ঘতাই ঈমানৰ সম্পৰ্কত প্ৰভাৱ নেপেলায়।

• صداقة المنافقين لليهود وغيرهم صداقة وهمية تتلاشى عند الشدائد.
মুনাফিকসকলৰ ইহুদীসকলৰ লগত বন্ধুত্ব হৈছে আভুৱা ভৰা প্ৰৱঞ্চনা, যিটো বিপদৰ পলাই পত্ৰং দিয়ে।

• اليهود جبناء لا يواجهون في القتال، ولو قاتلوا فإنهم يتحصنون بِقُرَاهم وأسلحتهم.
প্ৰকৃততে ইয়াহুদীসকল হৈছে কাপুৰুষ। মুখা-মুখি যুদ্ধ কৰিবলৈ সিহঁতৰ সাহস নাই। আনহাতে যদি যু্দ্ধ কৰেও তেন্তে অস্ত্ৰ সস্ত্ৰলৈ দুৰ্গৰ ভিতৰৰ পৰা কৰিব পাৰে।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (13) ជំពូក​: អាល់ហាស្ហរ៍
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ