Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (34) ជំពូក​: អាល់ម៉ាអ៊ីដះ
اِلَّا الَّذِیْنَ تَابُوْا مِنْ قَبْلِ اَنْ تَقْدِرُوْا عَلَیْهِمْ ۚ— فَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠
হে প্ৰশাসনিক বিষয়াসকল! এই বিদ্ৰোহীসকলৰ মাজৰ যিয়ে তোমালোকে গ্ৰেপ্তাৰ কৰাৰ আগতে তাওবা কৰিব, তেন্তে জানি থোৱা! আল্লাহে সিহঁতক ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি কৃপা কৰিব। আৰু এই কৃপা ফলতেই সিহঁতৰ পৰা শাস্তি আঁতৰাই দিব।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• حرمة النفس البشرية، وأن من صانها وأحياها فكأنما فعل ذلك بجميع البشر، وأن من أتلف نفسًا بشرية أو آذاها من غير حق فكأنما فعل ذلك بالناس جميعًا.
মানুহৰ প্ৰাণৰ মৰ্যদা প্ৰদান কৰা হৈছে। এইদৰে যে, যিয়ে ইয়াক ৰক্ষা কৰিব তথা জীৱন দান দিব, সি যেনিবা এই উপকাৰ গোটেই মানৱ জাতিৰ লগত কৰিলে। আনহাতে যিয়ে কোনো ব্যক্তিৰ প্ৰাণ নাশ কৰিলে অথবা অন্যায়ভাৱে কষ্ট প্ৰদান কৰিলে, সি যেনিবা গোটেই মানৱ জাতিৰ লগত এনেকুৱা কৰিলে।

• عقوبة الذين يحاربون الله ورسوله ممن يفسدون بالقتل وانتهاب الأموال وقطع الطرق هي: القتل بلا صلب، أو مع الصلب، أو قطع الأطرف من خلاف، أو بتغريبهم من البلاد؛ وهذا على حسب ما صدر منهم.
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, পৃথিৱীত হত্যা, লুন্ঠনৰ জৰিয়তে বিপৰ্যয় সৃষ্টি কৰে। সিহঁতৰ শাস্তি এই যে, সিহঁতক সিহঁতৰ অপৰাধ অনুসাৰে হত্যা কৰা হ'ব অথবা ফাঁচি দিয়া হ'ব নাইবা সিহঁতৰ হাত ভৰি বিপৰীত ফালৰ পৰা কৰ্তন কৰা হ'ব, নাইবা সিহঁতক দেশৰ পৰা বহিষ্কাৰ কৰা হ'ব।

• توبة المفسدين من المحاربين وقاطعي الطريق قبل قدرة السلطان عليهم توجب العفو.
চুৰি, ডকাইতি তথা উপদ্ৰৱকাৰী সকল যদি প্ৰশাসনৰ নিয়ন্ত্ৰণত অহাৰ পূৰ্বে তাওবা (নিজৰ অপৰাধৰ প্ৰতি অনুতপ্ত হয়) কৰে, তেন্তে সিহঁতক ক্ষমা কৰি দিয়া হ'ব।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (34) ជំពូក​: អាល់ម៉ាអ៊ីដះ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ