Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (104) ជំពូក​: អាន់នីសាក
وَلَا تَهِنُوْا فِی ابْتِغَآءِ الْقَوْمِ ؕ— اِنْ تَكُوْنُوْا تَاْلَمُوْنَ فَاِنَّهُمْ یَاْلَمُوْنَ كَمَا تَاْلَمُوْنَ ۚ— وَتَرْجُوْنَ مِنَ اللّٰهِ مَا لَا یَرْجُوْنَ ؕ— وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ۟۠
হে মুমিনসকল! কাফিৰ শত্ৰুৰ চোঁচা লওঁতে দুৰ্বলতা আৰু অৱহেলা নকৰিবা। যদি তোমালোকে হত্যা আৰু আঘাতৰ ফলত কষ্ট পাই আছা, তেন্তে সিহঁতেও তোমালোকৰ দৰেই কষ্ট পাইছে। গতিকে এনে পৰিস্থিতিত সিহঁতৰ ধৈৰ্য তোমালোকৰ ধৈৰ্যতকৈ বেছি হোৱা উচিত নহয়। কিয়নো তোমালোকে আল্লাহৰ ওচৰত যি ছোৱাব, সহায় আৰু সমৰ্থন আশা কৰা, সেইটো সিহঁতে আশা নকৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ অৱস্থা সম্পৰ্কে অৱগত। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• استحباب صلاة الخوف وبيان أحكامها وصفتها.
ছালাতুল খাউফ মুস্তাহাব আৰু ইয়াৰ বিধান তথা পদ্ধতিৰ বৰ্ণনা।

• الأمر بالأخذ بالأسباب في كل الأحوال، وأن المؤمن لا يعذر في تركها حتى لو كان في عبادة.
সকলো পৰিস্থিতিত সাধনা অৱলম্বন কৰাৰ আদেশ, মুমিনে কোনো পৰিস্থিতিতেই ইয়াক আওকাণ কৰিব নোৱাৰে আনকি ছালাতৰ অৱস্থাতো নহয়।

• مشروعية دوام ذكر الله تعالى على كل حال، فهو حياة القلوب وسبب طمأنينتها.
সদায় আল্লাহক স্মৰণ কৰিব লাগে, কিয়নো এইটো অন্তৰৰ জীৱন আৰু অন্তৰৰ প্ৰশান্তিৰ মাধ্যম।

• النهي عن الضعف والكسل في حال قتال العدو، والأمر بالصبر على قتاله.
শত্ৰুৰ লগত যুদ্ধৰ সময়ত দুৰ্বলতা আৰু অৱহেলা কৰাৰ পৰা নিষেধ কৰা হৈছে আৰু ধৈৰ্যৰ সৈতে যুদ্ধ কৰাৰ আদেশ দিছে।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (104) ជំពូក​: អាន់នីសាក
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ