Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (34) ជំពូក​: អាល់អះហ្សាប
وَاذْكُرْنَ مَا یُتْلٰی فِیْ بُیُوْتِكُنَّ مِنْ اٰیٰتِ اللّٰهِ وَالْحِكْمَةِ ؕ— اِنَّ اللّٰهَ كَانَ لَطِیْفًا خَبِیْرًا ۟۠
স্মৰণ কৰা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক, লগতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৱিত্ৰ ছুন্নতসমূহক। নিশ্চয় আল্লাহে তোমালোকক তেওঁৰ নবীৰ ঘৰত অৱস্থান কৰাৰ সুযোগ প্ৰদান কৰি তোমালোকৰ ওপৰত উপকাৰ কৰিছে। তেওঁ তোমালোকক যেতিয়া নবীৰ স্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল, তেতিয়া তেওঁ তোমালোকৰ বিষয়ে ভালকৈয়ে অৱগত আছিল। তথা তেৱেঁই তোমালোকক উম্মতৰ সকলো মুমিনসকলৰ মাতৃ হিচাপে নিৰ্বাচন কৰিছে।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• من توجيهات القرآن للمرأة المسلمة: النهي عن الخضوع بالقول، والأمر بالمكث في البيوت إلا لحاجة، والنهي عن التبرج.
পৱিত্ৰ কোৰআনত মুছলিম নাৰীসকলক যিবোৰ উপদেশ দিয়া হৈছে, তাৰে অন্যতম হৈছেঃ পৰপুৰুষৰ সৈতে আকৰ্ষিত সুৰত কথা কোৱো নিষিদ্ধ, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলোৱাৰ আদেশ, লগতে বেপৰ্দা হৈ ওলোৱা নিষিদ্ধ।

• فضل أهل بيت رسول الله صلى الله عليه وسلم، وأزواجُه من أهل بيته.
নবী পৰিয়ালৰ গুৰুত্ব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলো তেওঁৰ পৰিয়ালৰ অন্তৰ্ভুক্ত।

• مبدأ التساوي بين الرجال والنساء قائم في العمل والجزاء إلا ما استثناه الشرع لكل منهما.
নাৰী-পুৰুষসকলৰ সমাধিকাৰৰ বৰ্ণনা, কৰ্ম আৰু প্ৰতিদান উভয় ক্ষেত্ৰতে তেওঁলোক সমান মৰ্যাদাৰ অধিকাৰী। যদিও চৰীয়তে কিছুমান ক্ষেত্ৰত তেওঁলোকক পৃথকে পৃথকে আদেশ দিছে।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (34) ជំពូក​: អាល់អះហ្សាប
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ