Check out the new design

ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - មាតិកានៃការបកប្រែ


ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (23) ជំពូក​: អាល់ហ្ពាក៏រ៉ោះ
وَاِنْ كُنْتُمْ فِیْ رَیْبٍ مِّمَّا نَزَّلْنَا عَلٰی عَبْدِنَا فَاْتُوْا بِسُوْرَةٍ مِّنْ مِّثْلِهٖ ۪— وَادْعُوْا شُهَدَآءَكُمْ مِّنْ دُوْنِ اللّٰهِ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
হে মানৱ জাতি! যদি তোমালোকৰ মোৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ ওপৰত কোনো ধৰণৰ সন্দেহ থাকে, তেন্তে আমি তোমালোকক চেলেঞ্জ কৰিছো যে, তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰাকে লৈ আহা। যদিও সৰু ছুৰা এটাকে নহওঁক কিয়। এই কামৰ বাবে তোমালোকে যাক ইচ্ছা তাকেই সহায়ৰ বাবে আহ্বান কৰা, যদি তোমালোকে নিজৰ অভিযোগত সত্যবাদী।
ការបកស្រាយជាភាសា​អារ៉ាប់:
អំពី​អត្ថប្រយោជន៍​នៃវាក្យខណ្ឌទាំងនេះនៅលើទំព័រនេះ:
• أن الله تعالى يخذل المنافقين في أشد أحوالهم حاجة وأكثرها شدة؛ جزاء نفاقهم وإعراضهم عن الهدى.
আল্লাহ তাআলাই মুনাফিকসকলক সিহঁতৰ নিফাক আৰু হিদায়তৰ পৰা মুখ ঘূৰাই লোৱাৰ কাৰণে, সেই সময়ত অকলশৰীয়াকৈ এৰি দিব, যি সময়ত সিহঁতৰ সহায়ৰ অধিক প্ৰয়োজন হ’ব আৰু সিহঁত কঠিন পৰিস্থিত থাকিব।

• من أعظم الأدلة على وجوب إفراد الله بالعبادة أنه تعالى هو الذي خلق لنا ما في الكون وجعله مسخَّرًا لنا.
কেৱল এক আল্লাহৰ ইবাদত কৰাৰ মহত্বপূৰ্ণ প্ৰমাণসমূহৰ অন্যতম এটা হৈছে এই যে, তেৱেঁই আমাৰ বাবে বিশ্বজগতৰ সকলো বস্তু সৃষ্টি কৰিছে আৰু আমাৰ আয়ত্ত্বাধীন কৰি দিছে।

• عجز الخلق عن الإتيان بمثل سورة من القرآن الكريم يدل على أنه تنزيل من حكيم عليم.
মানুহে কোৰআনৰ অনুৰূপ এটা ছুৰা আনিবলৈ অপাৰগ হোৱাটো এই কথা প্ৰমাণ কৰে যে, কোৰআন সেই আল্লাহৰ অৱতীৰ্ণ পুথি যিজন প্ৰজ্ঞাৱান তথা সৰ্বজ্ঞানী।

 
ការបកប្រែអត្ថន័យ វាក្យខណ្ឌ: (23) ជំពូក​: អាល់ហ្ពាក៏រ៉ោះ
មាតិកានៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - មាតិកានៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ