Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (138) सूरा: अन्-निसा
بَشِّرِ الْمُنٰفِقِیْنَ بِاَنَّ لَهُمْ عَذَابًا اَلِیْمَا ۟ۙ
হে ৰাছুল! মুনাফিকসকলক জনাই দিয়ক, যিসকলে প্ৰকাশ্যভাৱে ঈমান্দাৰৰ ভাও ধৰে কিন্তু অন্তৰত কুফৰ গোপন ৰাখে, সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত কষ্টদায়ক শাস্তি আছে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• وجوب العدل في القضاء بين الناس وعند أداء الشهادة، حتى لو كان الحق على النفس أو على أحد من القرابة.
মানুহৰ মাজত ফয়চালা কৰাৰ সময়ত আৰু সাক্ষ্য প্ৰদান কৰাৰ সময়ত ন্যায় পন্থা অৱলম্বন কৰা অনিবাৰ্য। যদিও নিজৰ বিৰুদ্ধে অথবা নিজৰ আত্মীয়ৰ বিৰুদ্ধে নহওঁক কিয়।

• على المؤمن أن يجتهد في فعل ما يزيد إيمانه من أعمال القلوب والجوارح، ويثبته في قلبه.
মুমিনসকলে এনেকুৱা শাৰীৰিক আৰু আন্তৰিক কৰ্ম অধিক কৰা উচিত যিবোৰৰ দ্বাৰা ঈমান বৃদ্ধি হয়।

• عظم خطر المنافقين على الإسلام وأهله؛ ولهذا فقد توعدهم الله بأشد العقوبة في الآخرة.
ইছলাম আৰু মুছলিমসকলৰ বাবে মুনাফিকসকল বৰ ভয়াৱহ। সেই কাৰণেই আল্লাহে সিহঁতক আখিৰাতত কঠিন শাস্তি প্ৰদানৰ ভাবুকি প্ৰদান কৰিছে।

• إذا لم يستطع المؤمن الإنكار على من يتطاول على آيات الله وشرعه، فلا يجوز له الجلوس معه على هذه الحال.
যদি মুমিনে, আল্লাহৰ আয়াত আৰু তেওঁৰ চৰীয়তক নিন্দা কৰা ব্যক্তিৰ উক্তিক খণ্ডন কৰিব নোৱাৰে, তেন্তে তাৰ বাবে সেই ব্যক্তিৰ লগত বহা আৰু তাৰ কথা শুনা বৈধ নহয়।

 
अर्थों का अनुवाद आयत: (138) सूरा: अन्-निसा
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें