Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (60) सूरा: यूसुफ़
فَاِنْ لَّمْ تَاْتُوْنِیْ بِهٖ فَلَا كَیْلَ لَكُمْ عِنْدِیْ وَلَا تَقْرَبُوْنِ ۟
কিন্তু যদি তোমালোকে তাক মোৰ ওচৰলৈ লৈ নাহা তেন্তে ভাবিম তোমালোক নিজৰ এই দাবীত মিছলীয়া যে, তোমালোকৰ এজন পিতৃপক্ষৰ বৈমাত্ৰেয় ভাই আছে। ফলত তোমালোকক কেতিয়াও কোনো ধৰণৰ খাদ্য সামগ্ৰী প্ৰদান নকৰো আৰু তোমালোক মোৰ নগৰৰ আশেপাশেও নাহিবা।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• من أعداء المؤمن: نفسه التي بين جنبيه؛ لذا وجب عليه مراقبتها وتقويم اعوجاجها.
মুমিনৰ অন্যতম শত্ৰু হৈছে তাৰ অন্তৰ। এতেকে সদায় ইয়াৰ চোৱাচিতা কৰা জৰুৰী তথা ইয়াক বক্ৰতাৰ পৰা ঠিক কৰা আৱশ্যক।

• اشتراط العلم والأمانة فيمن يتولى منصبًا يصلح به أمر العامة.
সৰ্বসাধাৰণৰ কল্যাণৰ বাবে কোনো পদত অধিষ্ঠিত হ'বলৈ জ্ঞান তথা আমানতদাৰ হোৱা চৰ্ত।

• بيان أن ما في الآخرة من فضل الله، إنما هو خير وأبقى وأفضل لأهل الإيمان.
এই কথাৰ বৰ্ণনা যে, আখিৰাতত যি আছে সেয়া আল্লাহৰ কৃপাতে লাভ হ'ব। নিশ্চয় সেয়া মুমিনসকলৰ বাবে কল্যাণকৰ, চিৰস্থায়ী তথা উত্তম।

• جواز طلب الرجل المنصب ومدحه لنفسه إن دعت الحاجة، وكان مريدًا للخير والصلاح.
প্ৰয়োজনত নিজৰ বাবে পদ বিচৰা তথা নিজৰ প্ৰশংসা কৰা বৈধ, যদি তেওঁ কল্যাণ তথা সংশোধন কৰিব বিচাৰে।

 
अर्थों का अनुवाद आयत: (60) सूरा: यूसुफ़
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें